Author: Paromita

ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটত ৰহস্যময় পদচিহ্ন; ঐশ্বৰিক মহত্বৰ বিশ্বাসত সমাগম ভক্তৰ

ব্ৰহ্মপুত্ৰৰ বুকুত থকা এটা বিশালাকায় শিলত পুনৰ এক ৰহস্যময় পদচিহ্ন দৃশ্যমান হোৱাৰ পাছতে ঐতিহাসিক নেতাই ধুবুনী ঘাটত এতিয়া ভক্তৰ লানি নিছিগা সোঁত বৈছে। যোৱা দেওবাৰৰ পৰা জিলাখনৰ জনবিশ্বাসৰ সৈতে জড়িত…

ভাৰত-ফিলিপাইন সংসদীয় বন্ধুত্ব গোটৰ সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সংসদীয় কূটনীতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১৮ সংখ্যক লোকসভাৰ কাৰ্যকালৰ বাবে ভাৰত-ফিলিপাইন সংসদীয় বন্ধুত্ব গোট গঠন কৰে। অধ্যক্ষগৰাকীয়ে যোৰহাটৰ সাংসদ তথা অসমৰ কংগ্ৰেছ…

বিৰোধীৰ আসন বুজাবুজি চূড়ান্ত; কংগ্ৰেছৰ সৈতে ৯ খন আসনত সহমতত উপনীত অসম জাতীয় পৰিষদ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত আসন বুজাবুজিৰ প্ৰক্ৰিয়া সোমবাৰে আনুষ্ঠানিকভাৱে চূড়ান্ত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মিত্ৰতাৰ বিষয়ে ইংগিত দিয়াৰ এদিন পাছতে আঞ্চলিক দলটোৱে…

বিহপুৰীয়াত টিকট নিশ্চিত ভূপেন বৰাৰ; বিজেপিৰ ৮০ খন আসনৰ প্ৰাৰ্থীত্ব চূড়ান্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

সমাগত বিধানসভা নিৰ্বাচনত ৮০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। মঙলবাৰে এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে বিহপুৰীয়াত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ন বিজেপি…

ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব দুৰ্বল ফৰ্মৰ ক্ৰিকেটাৰ

ভাৰতীয় দল পৰিচালনাই দুৰ্বল ফৰ্মত থকা তিনিজন বেটছমেনৰ ভিতৰত কমেও এজনক দলৰ পৰা বাহিৰ কৰাৰ সম্ভাৱনা আছে আৰু লগতে একাধিক আক্ৰমণাত্মক বেটছমেনক শীৰ্ষ ক্ৰমত ফিল্ডিং কৰাৰ কৌশল পৰ্যালোচনা কৰাৰ সম্ভাৱনা…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাত্ৰীৰ বাবে মুকলি কৰিলে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলবিমানবন্দৰৰ যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (এলজিবিআইএ) নতুন টাৰ্মিনেলটোত বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হৈছে। ইয়াৰ ফলত বিমানবন্দৰটোৰ বাৰ্ষিক যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি পাইছে । অৱশ্যে অহা এপ্ৰিল মাহৰ…

জুবিন ক্ষেত্ৰত সুৰামত্ত যুৱকৰ তাণ্ডৱ; কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা ৩ যুৱকক আটক

ৰাজহুৱা স্থানত সুৰাপান কৰি যাতায়ত ব্যাহত কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ৩ যুৱকক আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে। দেওবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত সোণাপুৰৰ জুবিনক্ষেত্ৰত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত…

দেশজুৰি সন্ত্ৰাসবাদীৰ সক্ৰিয়তা; দিল্লী আৰক্ষীৰ জালত পাকিস্তান আৰু বাংলাদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ৮ দুৰ্বৃত্ত

ৰাজধানী দিল্লীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বিৰূপ পোষ্টাৰ লগোৱা আৰু কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ জন দুৰ্বৃত্তক। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক অভিযানে পাকিস্তান আৰু বাংলাদেশ ভিত্তিক…

আই পি এল খেলিব ৪৫ বছৰীয়া মহেন্দ্ৰ সিং ধোনীয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ ছিজনৰ প্ৰস্তুতিৰ মাজতে মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যতক লৈ চৰ্চা পুনৰ আৰম্ভ হৈছে যে কিংবদন্তি প্ৰাক্তন অধিনায়কগৰাকীয়ে এইবাৰ চেন্নাই ছুপাৰ কিংছৰ হৈ সকলো মেচ…

টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী যশপ্ৰীত বুমৰাহ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ ভাৰতৰ হৈ টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে তেওঁ এই কৃতিত্ব অৰ্জন…