Business বায়ু প্ৰদূষণৰ ফলত ২০২১ত বিশ্বজুৰি ৮১ লাখ লোকৰ মৃত্যু June 20, 2024 news editor বায়ু প্ৰদূষণৰ ফলত ২০২১ চনত বিশ্বজুৰি ৮১ লাখ লোকৰ মৃত্যু হয়। ভাৰত আৰু চীনত বায়ু প্ৰদূষণৰ ফলত ক্ৰমান্বয়ে ২১ লাখ আৰু ২৩ লাখ লোকৰ মৃত্যু হয় বুলি প্ৰকাশিত এক প্ৰতিবেদনত…
Latest নিউ জলপাইগুৰিৰ ৰে’ল দুৰ্ঘটনাকলৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ June 17, 2024 news editor পুনৰ দেশত সংঘটিত হ’ল ভয়াবহ ৰে’ল দুৰ্ঘটনা। দাৰ্জিলিঙৰ নিউ জলপাইগুৰিৰ ওচৰত শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰে এখন মালবাহী ৰে’লৰ সোমবাৰে পুৱা সংঘৰ্ষ হয়। ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো…
Sports টি-২০ বিশ্বকাপৰ পৰা বাহিৰ প্ৰাক্তন চেম্পিয়ন পাকিস্তান June 15, 2024 news editor আয়াৰলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে নিশা অনুষ্ঠিত হ’বলগীয়া খেলখন বাতিল হোৱাৰ পিছত আমেৰিকাই টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায় অতিক্ৰম কৰাৰ সৈতে প্ৰাক্তন চেম্পিয়ন পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। আমেৰিকাই চুবুৰীয়া কানাডা আৰু শক্তিশালী…
Entertainment আইএমডিবিত এই বছৰৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে আত্মপ্ৰকাশ ‘লাপাতা লেডিজ’ June 14, 2024 news editor বলীউড অভিনেতা আমিৰ খানৰ পূৰ্বৰ পত্নী কিৰণ ৰাওৰ ছবি ‘লাপাতা লেডিজ’ (Laapataa Ladies)য়ে সফলতাৰ এক নতুন মাত্ৰা স্পৰ্শ কৰিছে। ছবিখন প্ৰথমে ছবিগৃহত মুক্তি লাভ কৰে। ইয়াৰ পিছত, ছবিখন অ’টিটি-ত মুক্তি…
Sports টি-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকৰে চুপাৰ এইটত ভাৰত June 13, 2024 news editor বাওঁহাতৰ পেচাৰ আৰ্শদীপ সিঙে (৪ অভাৰত ৪টা উইকেট) কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু শিৱম দুবেৰ মাজত এক জটিল পিটছত ৬৫ বলত ৬৭ ৰানৰ অংশীদাৰীত্বৰ ফলত বুধবাৰে নিউয়ৰ্কত…
Education বিদেশৰ দৰে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহতো বছৰত দুবাৰকৈ হ’ব নামভৰ্তি June 12, 2024 news editor দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰত দুবাৰকৈ শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। বিশ্ববিদ্যালয় অনুদান আয়োগে এই কথা ঘোষণা কৰিছে। এই নিয়ম এই শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব, যাৰ অধীনত শিক্ষাৰ্থীসকলে বছৰত দুবাৰকৈ উচ্চ…
News ব্ৰাজিলত বানপানীৰ ফলত ১৬৯, ম্যানমাৰতগ্ৰীষ্ম প্ৰবাহৰ ফলত ১,৫০০ জন লোকৰ মৃত্যু June 11, 2024 news editor জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ লাখ লাখ লোকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে জলবায়ু পৰিৱৰ্তনক লৈ এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে।এই প্ৰতিবেদন অনুসৰি যে যোৱা বছৰ ডিচেম্বৰত ডুবাইত (চিঅ’পি২৮)…
Political নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা June 8, 2024 news editor নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে শুকুৰবাৰে মোদীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। মুৰ্মুৱে মোদীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছিল। লোকসভা…
Political নৰেন্দ্ৰ মোদীক এন ডি এ সংসদীয় দলৰ নেতাৰূপে নিৰ্বাচিত June 7, 2024 news editor নেচনেল ডেমক্ৰেটিক এলায়েন্সে (এন ডি এ) চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে। শুকুৰবাৰে কেইবাখনো বৈঠকৰ পিছত এন ডি এৰ নেতাৰ দলটোৱে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ প্ৰস্তাৱ প্ৰদান…
Political ৭ জুনত দিল্লীত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰে বিজেপিৰ বৈঠক June 6, 2024 news editor ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ সকলো মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীক শুক্ৰবাৰে (৭ জুন) এক গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দিল্লীলৈ আমন্ত্ৰণ জনাইছে। লোকসভা নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰিবলৈ ৭ জুনত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ…