Author: news editor

উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ পৰিচয় সংৰক্ষণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে কয় যে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ জনজাতীয় লোকসকলৰ সংস্কৃতি, ভাষা আৰু পৰিচয় সংৰক্ষণ কৰি সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

অত্যাধিক চাপত কাম কৰিবলৈ বাধ্য মহিলা চিকিৎসক

সময়ৰ লগে লগে চিকিৎসকৰ আত্মহত্যাৰ হাৰ হ্ৰাস পাইছে, কিন্তু সাধাৰণ লোকৰ তুলনাত মহিলা চিকিৎসকসকলৰ মাজত আত্মহত্যাৰ এই হাৰ এতিয়াও উদ্বেগজনকভাৱে অধিক। এই কথা ব্ৰিটিছ মেডিকেল জাৰ্নেল (বিএমজে)ত প্ৰকাশিত এক নতুন…

কেৰেলাৰ ৱায়ানাড দুৰ্যোগত ১৭ টা পৰিয়ালৰ ৬৫জন সদস্যৰ মৃত্যু

কেৰেলাৰ ৱায়ানাডৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা সকলকৰ ভিতৰত ১৭৯ টা মৃতদেহ চিনাক্ত কৰা হৈছে। এই দুৰ্যোগত ১৭ টা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈছে। এই পৰিয়ালবোৰৰ এজনো সদস্য জীৱিত নাথাকিল। এই পৰিয়ালবোৰৰ…

চিবিআইক কলকাতাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মঙলবাৰে কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ শুনানি কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰে। যাৰ…

দেশৰ ভিতৰত শ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইআইটি মাদ্ৰাজ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাদ্ৰাজ ‘নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক, ২০২৪’ (এনআইআৰএফ ২০২৪)ত একেৰাহে ষষ্ঠ বছৰৰ বাবে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষ স্থান দখল কৰিছে। আনহাতে, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) বাংগালোৰ একেৰাহে নৱমবাৰৰ…

সামৰণি পৰিল ২০২৪ৰ পেৰিছ অলিম্পিক

বিশাল ষ্টেড ডি ফ্ৰান্সক এটা কনচাৰ্ট হলৰ দৰে দেখা যায়, য’ত পেৰিছ অলিম্পিকৰ অন্তিম দিনা এক বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰে অলিম্পিক গেমছে চাৰি বছৰৰ পিছত নতুন উদ্যমেৰে লছ…

অসমৰ আঞ্চলিক ভাষাৰ ব্যক্তিগত বিদ্যালয়সমূহত ২৫ শতাংশ আসন সংৰক্ষণৰ যো-জা চৰকাৰৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে চৰকাৰে নিম্ন আয়ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে আঞ্চলিক ভাষাৰ ব্যক্তিগত বিদ্যালয়সমূহত ২৫ শতাংশ আসন সংৰক্ষণ ৰখাৰ নীতিগত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলত…

অলিম্পিকৰ জেভলিন থ্ৰোৰ গ্ৰুপ এ আৰু বিত শীৰ্ষস্থান দখলৰে ফাইনেললৈ যোগ্যতা নীৰজ চোপ্ৰাৰ

ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ নীৰজ চোপ্ৰাই মঙলবাৰে ইয়াত গ্ৰুপ বি অৰ্হতাৰ প্ৰথম প্ৰয়াসত ৮৯.৩৪ মিটাৰ থ্ৰোৰে পেৰিছ অলিম্পিক গেমছৰ পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টৰ ফাইনেললৈ প্ৰৱেশ কৰে। গ্ৰুপ বি অৰ্হতাৰ প্ৰথম থ্ৰোত…

পেৰিছ অলিম্পিকত দ্বিতীয়টো পদক অৰ্জন কৰি ইতিহাস ৰচিলে মনু ভাকাৰে

পেৰিছ অলিম্পিকত শ্বুটাৰ মনু ভাকাৰে ৰচিলে ইতিহাস। ১০ মিটাৰ এয়াৰ পিষ্টলৰ একক প্ৰতিযোগিতাত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক (ব্ৰঞ্জ) অৰ্জন কৰা মনু ভাকাৰে এইবাৰ মিক্সড দলৰ শ্ৰেণীত পদক অৰ্জন…

চৰকাৰৰ গণনা অনুসৰি ভাৰতত আছে ৩,১৬৭ টা বাঘ

প্ৰতি বছৰে ২৯ জুলাইত পালন কৰা হয় আন্তৰ্জাতিক বাঘ দিৱস। এই দিৱস পালন উদ্দেশ্য হৈছে বাঘৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। বিশ্বৰ ৭০ শতাংশতকৈও অধিক…