Author: news editor

ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ  তালাচী অভিযানত  নগদ ধন জব্দ

ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে…

সংসদত ছত্তীশগড়ৰ সাংসদৰ গড় উপস্থিতি আছিল সৰ্বাধিক, তৃতীয়ত অসম

মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত অৰ্থাৎ চলিত লোকসভা মুঠ ২২২ খন বিধেয়ক গৃহীত হয় আৰু তাৰে ৪৫ খন সদনত উত্থাপন কৰাৰ দিনা গৃহীত কৰা হয়। এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক…

ভাৰতৰ ৮৩ শতাংশ যুৱ প্ৰজন্মই নিবনুৱা

আন্তৰ্জাতিক শ্ৰমিক সংস্থা (আইএলঅ’) আৰু মানৱ উন্নয়ন প্ৰতিষ্ঠান (আইএইচডি)ৰ দ্বাৰা যুটীয়াভাৱে প্ৰকাশিত ইণ্ডিয়া এমপ্লয়মেণ্ট ৰিপ’ৰ্ট ২০২৪ অনুসৰি ভাৰতৰ ৮৩ শতাংশ যুৱ প্ৰজন্ম বৰ্ধিত নিবনুৱা হাৰৰ সৈতে যুঁজি আছে। প্ৰতিবেদনখনে এক…

১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপ

১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপৰ গ্ৰুপ এ-ত ডিফেণ্ডিং চেম্পিয়ন ভাৰতক চিৰপ্ৰতিদ্বন্দী পাকিস্তান, ইউএই আৰু নেপালৰ সৈতে একত্ৰিত কৰা হৈছে। এই ৯ দিনীয়া প্ৰতিযোগিতাখনত…

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

১২ খন ৰাজ্যৰ ৮৮ টা সংসদীয় সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। ৰাষ্ট্ৰপতিৰ হৈ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে পুৱা ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া…

২০২৩ বৰ্ষত ২৫.৫৫ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত

২০২৩ বৰ্ষত যক্ষ্মা ৰোগত ২৫.৫৫ লাখ লোক আক্ৰান্ত হয়, যি ৬০ ৰ দশকত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (এনটিইপি) আৰম্ভ হোৱাৰ পিছত সৰ্বাধিক। এই তথ্য এক চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত…

বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ “মিচিং সংস্কৃতিৰ আলেখ্য” ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন আজি মহানগৰীৰ…

কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ  সক্ষম হোৱাটো কম গৌৰৱৰ কথা নহয়- এই মন্তব্য অসম বিধান সভাৰ অধ্যক্ষ -বিশ্বজিত দৈমাৰী

দেওবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী কাউলীস্থ আদৰ্শ জাতীয় বিদ্যালয় কাউলীৰ ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভা উদ্বোধন কৰি তেওঁ এই মন্তব্য…

৪ বছৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,০০০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এছ.বি.আই.-য়ে এই সকলোবোৰ তথ্য প্ৰদান কৰিছে কোনে অনুদান…

টি-২০ ক্ৰিকেটত ১২,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম সংস্কৰণত, ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছে জয়সূচক আৰম্ভণি কৰে। শুকুৰবাৰে চেপকত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত চিএছকেয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ছয় উইকেটত পৰাস্ত কৰে। যদিও আৰচিবিয়ে…