Author: editor

৩৬২ টা সমষ্টিত ৫,৫৪,৫৯৮ টা ভোট খাৰিজ নিৰ্বাচন আয়োগৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা হোৱাৰ পিছত ভাৰতৰ নিৰ্বাচন আয়োগে ৩৬২ টা সমষ্টিত ই ভি এমৰ দ্বাৰা দিয়া ৫,৫৪,৫৯৮ টা ভোট নাকচ কৰে। ইয়াৰ উপৰিও, ইচিআইয়ে ১৭৬…

জনিয়াত বিশ্ব পৰিৱেশ দিৱস পালন

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনিয়া মহামিলন মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ সৌজন্যত গছ পুলি ৰোপনেৰে ‘সেউজী ধৰণী ধুনীয়া ‘ কাৰ্যসূচী ৰূপায়ন…

হেল্পিং চেন্টাৰ অসমৰ বৃক্ষৰোপন

হেল্পিং চেন্টাৰ অসমৰ কৰ্মকৰ্তাসকলে বৃক্ষৰোপন কাৰ্যসূচী সমাপন কৰে । অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা হেল্পিং চেন্টাৰ অসমৰ কৰ্মকৰ্তাসকলৰ উদ্যোগত আৰু দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত খন্দকাৰপাৰা বাহাৰুল উলুম…

লোকসভা নিৰ্বাচনত উত্তৰ পূবত ৭ খন আসন দখলৰে শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ

দেশৰ বাকী অংশৰ সৈতে সংগতি ৰাখি, কংগ্ৰেছে উত্তৰ-পূবৰ আঠখন ৰাজ্যত লোকসভা নিৰ্বাচনত উন্নত প্ৰদৰ্শন আগবঢ়ায়, যিবোৰত পূৰ্বে বিজেপি আৰু তেঁওলোকৰ মিত্ৰশক্তিৰ আধিপত্য আছিল। দেশৰ সবাতোকৈ পুৰণি দলটোৱে মণিপুৰত দুখন আসন…

তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাটো আমাৰ বাবে এটা ডাঙৰ কথা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনত যদিও বিজেপিয়ে ৪০০তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম নহ’ল, এন ডি এ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাতকৈ অধিক আসন লাভ কৰিছে। ইফালে, এন ডি এ মিত্ৰজোঁটৰ বিজয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…

হায়দৰাবাদৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়ী আচাদুদ্দিন ওৱাইচি

এআইএমআইএমৰ সভাপতি বেৰিষ্টাৰ আচাদুদ্দিন ওৱাইচি হায়দৰাবাদ সংসদীয় সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়ী হয়, য’ত বিজেপিয়ে ২০১৯ আৰু ২০২৪ চনৰ নিৰ্বাচনত হায়দৰাবাদ আসনৰ পৰা জমা ধন হেৰুৱাইছে। আচাদুদ্দিন ওৱাইচিয়ে হায়দৰাবাদ…

চেঙাৰ কাছুমাৰা-ম’হচৰাত খহনীয়াত গৃহহীন কেইবাটাও পৰিয়াল

কাছুমাৰা আৰু ম’হচৰাত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ।জানিব পৰা মতে,সমষ্টিটোৰ দক্ষিণপাৰৰ বিভিন্ন স্থানত চলিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ জলজলীৰ তাণ্ডৱলীলা।প্ৰৱল গৰাখহনীয়াত উল্লেখিত অঞ্চলত এফালৰ পৰা খহাই নিছে ঘৰ-দুৱাৰ,খেতি পথাৰ তথা অনুষ্ঠান…

ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । কালি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮…

লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতালৈ “মহাৰাজ পৃত্থু মহাপৰাক্ৰম বঁটা-২০২৪” ঘোষণা অসম জাতীয় মহাসভাৰ

শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰৰ পুণ্যভূমিত মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চ, বৰপেটা বৰধাম, অসম জাতীয় মহাসভা আৰু শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সহযোগত…

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনাৰ্থে এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী জেহেৰুল ইছলামে পৌৰোহিত্য কৰা সভাত ক্ৰমে ফখৰুদ্দিন আলি আহমেদ মেম’ৰিয়েল…