Author: Dipshikha

ভয়ংকৰ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত৷ দুৰ্ঘটনাগ্ৰস্ত শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ হেলিকপ্টাৰ৷ শিৱসেনাৰ (UBT)ৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই দুৰ্ঘটনা৷

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ। মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ সিকন্দৰ সিং চোকাৰক। ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ সিং। মাহিৰা হোমছৰ বিৰুদ্ধে ৰুজু হৈ…

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত। য়াবা টেবলেটসহ ৰাজধানী এক্সপ্ৰেছৰ পৰা আজি দুগৰাকী মহিলাক আটক। জব্দ ২০ হাজাৰ সন্দেহজনক য়াবা টেবলেট। ধৃত মহিলাদ্বয় কোচবিহাৰৰ সুমিত্ৰা বৰ্মন আৰু মামণি ৰায়।

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল যাত্ৰীবাহী বাছ। ৬৫০ ফুটত তলত পৰিল যাত্ৰীবাহী বাছখন। ভয়ংকৰ দুৰ্ঘটনাত ২৫ গৰাকী লোকৰ মৃত্যু। ১৩গৰাকী যাত্ৰী আহতৰ খবৰ। বাছখনত আছিল…

যোৰাবাটৰ ১৩ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰাবাটৰ ১৩ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল গেছ পৰিবাহী টেংকাৰ। দুৰ্ঘটনাৰ পাছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত । ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বিভাগ। দুৰ্ঘটনাত আহত…

ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু। পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ। বেমেটাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা।

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ। সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’…

বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ

বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ৷ ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক৷ সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী৷ বেটিং এপ কেলেংকাৰিৰে সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ নাম।

হাইলাকান্দিৰ ভোটকেন্দ্ৰত অঘটন

হাইলাকান্দিৰ ভোটকেন্দ্ৰত অঘটন ভোটকেন্দ্ৰৰ ভিতৰতে মৃত্যু প’লিং এজেণ্টৰ মৃত প’লিং এজেণ্টগৰাকী ফাৰুক আহমেদ মৃত ফাৰুক আহমেদ AIUDF ৰ প’লিং এজেণ্ট আছিল হাইলাকান্দিৰ গল্লাছেড়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত হৈছে এই ঘটনা কৰ্ম…

ব্যতিক্ৰম হৈছে কৰিমগঞ্জৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

প্ৰথমবাৰৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বাধিক ২৪ জন প্ৰাৰ্থীয়ে। এইবাৰ ব্যতিক্ৰম হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। কিয়নো কৰিমগঞ্জত দুটাকৈ EVMত হৈছে ভোটগ্ৰহণ। এটা EVMত আছে ১৫ গৰাকী প্ৰাৰ্থীৰ…