Business তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা May 8, 2024 Dipshikha তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি বাবে বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা সমূহ। ৰেম্পসমূহ পানীৰ তলত বুৰ যোৱা বাবে বন্ধ আছিল ফেৰী সেৱা। ৰেম্পসমূহ…
Business ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ May 8, 2024 Dipshikha ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ। আটক আত্মসমৰ্পণকাৰী আলফা সদস্য ধন বড়াক। অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি জালত প্ৰাক্তন আলফা সদস্যগৰাকী। জব্দ এটা আমেৰিকান পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী। ধৃত ধন বড়াৰ…
Business আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন May 7, 2024 Dipshikha আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বৰপেটা সমষ্টিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 14 গৰাকী প্ৰাৰ্থী । গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে 8 গৰাকী প্ৰাৰ্থী । ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিছে 13 গৰাকী প্ৰাৰ্থী…
Business ২জুনৰ পৰা টি-20 বিশ্বকাপ May 7, 2024 Dipshikha ২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪। ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচ। টি-২০ বিশ্বকাপ উপলক্ষে ইতিমধ্যে ঘোষণা কৰা হৈছে…
Business শোকাৱহ দুৰ্ঘটনা May 6, 2024 Dipshikha শোকাৱহ দুৰ্ঘটনা, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে আহত দুই লোক এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৰাজ্যখনৰ জব্বলপুৰত এই দুৰ্ঘটনাটো হৈছে…
Business ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক May 6, 2024 Dipshikha ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক। ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু এটি শিশুৰ। ইনফ্লুৱেঞ্জাৰ লগতে কণমানিজনীৰ দেহত পোৱা গৈছে ছোৱাইন ফ্লুৰ সংক্ৰমণ। স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য। শেহতীয়াকৈ হাইলাকান্দি জিলাত…
Business ২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা May 5, 2024 Dipshikha ২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা। বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব মেচ। ICC-এ ঘোষণা কৰিলে এই সময়সূচী। মহিলা T20 বিশ্বকাপত মুঠ…
Business হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী May 5, 2024 Dipshikha হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী। After Dark নামৰ এখন বাৰৰ স্বত্বাধিকাৰী আব্দুল ৰজ্জাক। বাৰখন আৰম্ভৰ সময়ত ভিন্ন ব্যৱসায়ীক অংশীদাৰ বনাই ধন সংগ্ৰহ । সম্প্ৰতি বাৰখন বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছিল আব্দুলে।…
Business কলিয়াবত পথ দুৰ্ঘটনা May 4, 2024 Dipshikha কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম। মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ…
Business কংগ্ৰেছত পুনৰ মোক্ষম আঘাত May 4, 2024 Dipshikha কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান। ১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহিল সঞ্জয় নিৰুপম। মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান নিৰুপমৰ। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয়…