Author: Dipshikha

জম্মু-কাশ্মীৰত পুনৰ গুলীচালনা

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা। ৰিয়াছি, কঠুৱাৰ পাছত এইবাৰ ডোডা জিলাত গুলীচালনা। ডোডাৰ সেনাৰ অস্থায়ী ঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৬ নিৰাপত্তাৰক্ষী। গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে…

বন্যহস্তীৰ মুক্ত বিচৰণ

নগাঁৱৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱৰ ঝাৰণিত বৃহৎ বন্যহস্তীৰ জাকৰ অৱস্থান।বহুকেইটা পোৱালিসহ প্ৰায় ৪০/৫০ জনীয়া বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত ৰাইজ।কৃষিকাৰ্য্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক্ মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয়…

পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ৷ দুৰ্ঘটনাত থিতাতে নিহত হেণ্ডিমেন বাবুল আলী৷ চালক নুৰ আলীক দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি৷

অমৃতপাল সিঙৰ মুকলিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক হেঁচা

অমৃতপাল সিঙৰ মুকলিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক হেঁচা! আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ কাষত অমৃতপাল সিঙৰ অধিবক্তা৷ অমৃতপাল সিঙক মুকলিৰ বাবে কাষ চাপিছে আমেৰিকাৰ৷ অধিবক্তা যশপ্ৰীত সিঙে বিচাৰিছে কমলা হেৰিছৰ হস্তক্ষেপ৷ আমেৰিকাৰ সংসদতো বিষয়টো…

মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ

মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ৷ ৰাডাৰৰ সৈতে সম্পৰ্ক ছিন্ন আফ্ৰিকাৰ দেশ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমানৰ৷ বিমানখনত আছিল উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমা৷ উপ-ৰাষ্ট্ৰপতিসহ আন ৯ জন লোক আছিল সামৰিক বিমানখনত৷ বিমানখনৰ সৈতে যোগাযোগ কৰিবলৈ…

আজি ভাৰত আৰু পাকিস্তানৰ মাজত T20 বিশ্বকাপ

আজি নিশা ৮ বজাৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ ৰ সৰ্ববৃহৎ খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই খেলখনৰ পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে তেওঁ সকলো…

আজি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ শপত ল’ব মোদীয়ে

আজি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ শপত ল’ব মোদীয়ে। পুৱাতে ৰাজঘাটত উপস্থিত নৰেন্দ্ৰ মোদী। মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ মোদীৰ। অটল বিহাৰী বাজপেয়ীৰ সমাধিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ৱাৰ মেম’ৰিয়েল ছহিদসকললৈ প্ৰণিপাত মোদীৰ।

T20 বিশ্বকাপত আন এক অঘটন

চলিত T20 বিশ্বকাপত আন এক অঘটন। আফগানিস্তানৰ বিৰুদ্ধে ৮৪ ৰানত পৰাস্ত নিউজীলেণ্ড। প্ৰথমে বেটিং কৰি আফগানিস্তানে সংগ্ৰহ কৰিছিল ১৫৯ ৰান। আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজে খেলে ৮০ ৰানৰ ইনিংছ। প্ৰত্যুত্তৰত ৭৫ ৰানতে…

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন ছাত্ৰই

নগাঁও জিলাৰ জুৰীয়াৰ কাৱৈমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ বাইজিদ বাহাৰে। কাৱৈমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফজলুল হক আৰু বানেচা খাতুনৰ পুত্ৰ বাইজিদ বাহাৰে সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত…

পুনৰ ড্ৰাগছ বিৰোধী সফল অভিযান

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হৈছে এইবাৰ চুবুৰীয়া ৰাজ্য মিজোৰাম। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা প্ৰায় প্ৰতিদিনেই ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰে ভাৰতলৈ সৰবৰাহ কৰা হয় কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ।তাৰ…