Business কানাডাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা July 10, 2024 Dipshikha কানাডাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ। দ্বিতীয় সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’ল স্ক’ৰাৰ লিঅ’নেল মেছি । মেছিয়ে কানাডাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ’ল কৰি ইৰাণৰ হৈ আলি দাইৰ গ’লৰ সংখ্যা…
Business বৰপেটাটো ভয়ানক পৰিস্থিতি July 5, 2024 Dipshikha বৰপেটা জিলাৰ চেঙা সমষ্টিত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। চেঙা সমষ্টিৰ আটিয়া চৰ,বঢ়ডিয়া , যাত্ৰাৰ ডিয়া, বালি দাড়ি ,আৰিমাৰি,ধম- ধমা,চিলেংদিয়া,উওৰ গোধুনি, দক্ষিণ গোধুনি,দামা পাড়া,মাজেৰ চৰনামৰ গাঁও সম্পূৰ্ণৰূপে বানত ডুব…
Business বানত বিধ্বস্ত বোকাখাত July 5, 2024 Dipshikha শেহতীয়া প্ৰলয়ংকাৰী বানে পুনৰ বিধ্বস্ত কৰি দিলে বোকাখাতৰ বংকোৱাল তথা ইয়াৰ গ্ৰাম্য অৰ্থনীতি।মথাউৰি বাট পথেই নহয়,কৃষিপথাৰ, ভঁৰাল,পশুধন,বেপাৰ-বাণিজ্য আৰু বিদ্যালয় সমূহৰ কাৰ্যকলাপত পুনৰ শতিকা পিছ পৰি গ’ল বংকোৱাল। ইয়াৰ মাজতে কৃষকৰ…
Business নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন July 4, 2024 Dipshikha নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন। চিয়াং জিলাত পথৰ ওপৰত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল। পাছিঘাটত শিল খহি বন্ধ হৈ পৰিছে ৫১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথটোৰে যাতায়াত।
Business প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই July 4, 2024 Dipshikha প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই। মন্ত্ৰীসভাৰ পৰা পদত্যাগ ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মীনাৰ। জন্মস্থান দৌছাকে ধৰি লোকসভাৰ কেইখনমান গুৰুত্বপূৰ্ণ আসন হেৰুৱালে পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল কিৰোডী লাল মীনাই। দৌছাৰ পৰা…
Business উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা July 3, 2024 Dipshikha উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ বৰ্তমানলৈ ১২২গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷ ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত এই অঘটন৷
Business মহানগৰীত ভয়ংকৰ ঘটনা July 3, 2024 Dipshikha মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত নিশা তয়াময়া ৰণ৷ ৩গৰাকী যুৱতীৰ দল আৰু এজন যুৱকৰ মাজত প্ৰচণ্ড মাৰপিট৷ হাতীগাঁৱত আলম আনচাৰি নামৰ যুৱকজনক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷ দাবী কৰা ধন নিদিয়াৰ…
Business কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা July 1, 2024 Dipshikha কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত দেওবাৰে নিশা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ এনকাউন্টাৰত যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আমিৰ হুছেইন নামৰ এটা ডকাইতৰ বাওঁভৰিত গুলী লাগি…
Business বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল July 1, 2024 Dipshikha *BREAKING@Desk বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিশটোৰ ভিতৰতে বুৰাই পেলালে লাওখোৱাৰ 4নং আৰু 5নং ভগামুখ গাঁৱত। নিশাৰ ভিতৰতে প্লাৱিত কৰিলে লাওখোৱা ভগামুখৰ গাঁওকেইখন। জলমগ্ন…
Business টিভিৰ এগৰাকী অভিনেত্ৰী স্তন কেন্সাৰত আক্ৰান্ত June 29, 2024 Dipshikha টিভিৰ জগতখনৰ এটা পৰিচিত নাম হিনা খান। স্তন কেন্সাৰত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। অভিনেত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা সকলো জল্পনা- কল্পনাৰ…