Author: Dipshikha

নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

নেপালৰ কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। জীৱন্তে উদ্ধাৰ বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। সংকটজনক অৱস্থাত উদ্ধাৰ মনীষ শ্বাকিয়াক। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী…

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিচৰ

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু। ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত…

কেৰালাত বৃদ্ধি নিপাহ ভাইৰাছৰ সংক্ৰমণ

কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ। দেওবাৰে কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এটি ১৪বছৰীয়া কিশোৰ। ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত…

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা। এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।…

কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন

কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু… পুৱা কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ…

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ। পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ…

এইবাৰ বন গাহৰিৰ আক্ৰমণ

নগাঁৱৰ ধিঙত বাঘৰ আতংকৰ মাজতে এতিয়া বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক । নগাঁৱৰ ধিঙৰ বিৰিঙাবাৰীত পুৱা পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ কৰে আতাবুৰ ৰহমান নামৰ কৃষক জনক…

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা…

পুনৰ কোভিডৰ ভয়ংকৰ ৰূপ

কোভিড-১৯ক লৈ মানুহৰ মনত যদিও এতিয়া কোনো শংকা নাই, তথাপি এতিয়াও এই ভাইৰাছৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই। বৰ্তমান জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3য়ে ভয়ানক ৰূপ লৈছে। বিগত কিছু সপ্তাহত…

চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ

চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ। অভিভাৱক সাৱধান হওঁক। সন্তানে বিচাৰিলেই হাতত তুলি নিদিব চিপছৰ পেকেট। অসমৰ ভোটজলকীয়া দি প্ৰস্তুত কৰা চিপছ শৰীৰৰ বাবে বিপদজনক। ভোটজলকীয়া দি প্ৰস্তুত…