Business ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক May 6, 2024 Dipshikha ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক। ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু এটি শিশুৰ। ইনফ্লুৱেঞ্জাৰ লগতে কণমানিজনীৰ দেহত পোৱা গৈছে ছোৱাইন ফ্লুৰ সংক্ৰমণ। স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য। শেহতীয়াকৈ হাইলাকান্দি জিলাত…
Business ২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা May 5, 2024 Dipshikha ২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা। বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব মেচ। ICC-এ ঘোষণা কৰিলে এই সময়সূচী। মহিলা T20 বিশ্বকাপত মুঠ…
Business হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী May 5, 2024 Dipshikha হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী। After Dark নামৰ এখন বাৰৰ স্বত্বাধিকাৰী আব্দুল ৰজ্জাক। বাৰখন আৰম্ভৰ সময়ত ভিন্ন ব্যৱসায়ীক অংশীদাৰ বনাই ধন সংগ্ৰহ । সম্প্ৰতি বাৰখন বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছিল আব্দুলে।…
Business কলিয়াবত পথ দুৰ্ঘটনা May 4, 2024 Dipshikha কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম। মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ…
Business কংগ্ৰেছত পুনৰ মোক্ষম আঘাত May 4, 2024 Dipshikha কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান। ১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহিল সঞ্জয় নিৰুপম। মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান নিৰুপমৰ। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয়…
Business পুনৰ ৰুষ্ট প্ৰকৃতি May 3, 2024 Dipshikha পুনৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত ডিমা হাছাও৷ কৃত্ৰিম বানে বিধ্বস্ত কৰিছে স্বাভাৱিক জনজীৱন৷ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত ভূমিস্খলন৷ বানৰ কবলত হাফলং-শিলচৰ সংযোগী ৰেলপথৰ টানেল৷
Business ভয়ংকৰ দুৰ্ঘটনা May 3, 2024 Dipshikha মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত৷ দুৰ্ঘটনাগ্ৰস্ত শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ হেলিকপ্টাৰ৷ শিৱসেনাৰ (UBT)ৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই দুৰ্ঘটনা৷
Business হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ May 1, 2024 Dipshikha হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ। মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ সিকন্দৰ সিং চোকাৰক। ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ সিং। মাহিৰা হোমছৰ বিৰুদ্ধে ৰুজু হৈ…
Business নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত May 1, 2024 Dipshikha নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত। য়াবা টেবলেটসহ ৰাজধানী এক্সপ্ৰেছৰ পৰা আজি দুগৰাকী মহিলাক আটক। জব্দ ২০ হাজাৰ সন্দেহজনক য়াবা টেবলেট। ধৃত মহিলাদ্বয় কোচবিহাৰৰ সুমিত্ৰা বৰ্মন আৰু মামণি ৰায়।
Business দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা April 30, 2024 Dipshikha দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল যাত্ৰীবাহী বাছ। ৬৫০ ফুটত তলত পৰিল যাত্ৰীবাহী বাছখন। ভয়ংকৰ দুৰ্ঘটনাত ২৫ গৰাকী লোকৰ মৃত্যু। ১৩গৰাকী যাত্ৰী আহতৰ খবৰ। বাছখনত আছিল…