Author: Dipshikha

দক্ষিণ কোৰিয়াত ভয়ংকৰ বিমান দু*ৰ্ঘটনা

দক্ষিণ কোৰিয়াত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা । বিমান দুৰ্ঘটনাত কমেও ৮৫ জন লোকৰ মৃত্যু হৈছে । নিহত লোকসকলৰ ভিতৰত ৪৬ গৰাকী মহিলা আৰু ৩৯ জন পুৰুষ। মুয়ানৰ জৰুৰীকালীন বিষয়াসকলে জনোৱা…

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ

নামেৰী ৰাষ্ট্রীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি।পূৰ্বৰ তুলনাত অধিক পৰ্যটক আহিছে নামেৰীলৈ।২০২২-২৩ বৰ্ষত উদ্যানখনৰ সংগ্ৰহ ১৪ লাখ টকাৰ ৰাজহচলিত বৰ্ষত দুগুণ বৃদ্ধি পায় ৰাজহৰ সংখ্যা।নামেৰীৰ এতিয়ালৈকে সংগ্ৰহ ২৭ লাখ টকাৰ ৰাজহ…

সাধাৰণ জনতাৰ মূৰত মাধমাৰ

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য!পুৰণি বছৰে বিদায় লোৱাৰ পূৰ্বে সকলোৰে চিন্তা বৃদ্ধি পাইছে। বৰদিনৰ ঠিক পিছদিনা তেল কোম্পানীয়ে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি গ্ৰাহকক স্তম্ভিত কৰি তুলিছে। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম…

পুনৰ বিমান আক্ৰমণৰ ঘটনা

ৰাছিয়া- ইউক্ৰেইন, ইজৰাইল-গাজাৰ মাজত চলি থকা যুদ্ধৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। মঙলবাৰে নিশা আফগানিস্তানৰ ওপৰত বিমান আক্ৰমণ সংঘটিত কৰে পাকিস্তানে। এই আক্ৰমণত বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত…

পুনৰ কোটি কোটি টকাৰ ড্ৰাগছ জব্দ

শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত চলোৱা নাকা…

গুৱাহাটীত ১৬৩ধাৰা জাৰি

কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতেই নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী। শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে জাৰি কৰি বি এন এছ ১৬৩। এই ধাৰাৰ অধীনত এটা স্থানত ৫জনতকৈ অধিকলোক সমবেত হ’ব নোৱাৰিব।…

চৰকাৰী আঁচনিত ছানী লিয়নীৰ নাম

চৰকাৰী আঁচনিত অভিনেত্ৰী ছানী লিয়নীৰ নাম৷ ছত্তীশগড়ৰ মাহতাৰী বন্দন যোজনা আঁচনিত নাম অভিনেত্ৰীগৰাকীৰ৷ ছত্তীশগড় চৰকাৰে অভিনেত্ৰীগৰাকীক মাহিলী প্ৰদান কৰি আছে ১০০০টকা৷ শেহতীয়াকৈ ছত্তীশগড়ৰ অভনপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভাপতি জয়ৰ্ধন বাঘেলে…

শোণিতপুৰ আৰক্ষীৰ বৃহৎ সফলতা

শোণিতপুৰ আৰক্ষীয়ে ঢেকীয়াজুলীৰ বাতাচিপুৰত এক অভিযান চলায় ৷ অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত শোণিতপুৰ আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাত চলোৱা এক অভিযানত দলটোৱে যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু গ্ৰেণেড উদ্ধাৰ…

ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ পথ দু*ৰ্ঘটনা

ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। CNG পৰিবাহী ট্ৰাক আৰু LPG ভৰ্তি ট্ৰাকৰ মাজত খুন্দা। দুৰ্ঘটনাত নিহত ৫জন লোক, ২৪জনৰো অধিক লোক আহত। সংঘৰ্ষৰ পাছতে বিস্ফোৰিত হয় CNGভৰ্তি ট্ৰাকখন। তাৰ পাছতে…

আর্জেন্টিনাত বিমান দু*ৰ্ঘটনা

আৰ্জেণ্টিনাত বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে ছান ফাৰনাডো বিমান বন্দৰত দুৰ্ঘটনাগ্ৰস্ত বিমান। দুৰ্ঘটনাত বিমানৰ পাইলটৰ লগতে সহ-পাইলটৰো মৃত্যু। দুৰ্ঘটনাগ্ৰস্ত বম্বাৰডিয়াৰ চেলেঞ্জাৰ-300 বিমান। আৱাসিক অঞ্চলত ভূপতিত হয় বিমানখন।