Author: Dipshikha

৪জন বাংলাদেশী নাগৰিকক আটক অসম আৰক্ষীৰ

শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই চাৰিজন বাংলাদেশীক অসম আৰক্ষীয়ে বাধা দিয়াৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত…

মহাকুম্ভ মেলাত ভয়ংকৰ অঘটন

অগ্নিকাণ্ডই বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কিয়নো বিস্ফোৰিত হৈছে এটাৰ পাছত আনটো চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দ্ৰুতগতিত বিয়পি পৰিছে জুই ।অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে সমগ্ৰ মেলা অঞ্চলটোত এক বিশৃংখলতাৰ পৰিস্থিতি সৃষ্টি…

পুনৰ বাংলাদেশী নাগৰিকক আটক

পুনৰ সীমান্তত আটক ২ বাংলাদেশী নাগৰিক। দেওবাৰে অসম আৰক্ষীয়ে বাংলাদেশী ২ মহিলাক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়।আটক কৰা ২ গৰাকী মহিলাৰ নাম লাৱন আৰু বিজলী বুলি জানিব পৰা…

ভয়ংকৰ বিস্ফোৰণ

এক ভয়ংকৰ ঘটনা।তথ্য অনুসৰি, এই ঘটনাত কমেও ৭০জন লোক নিহত হৈছে।শনিবাৰে নাইজাৰৰ চুলেজা অঞ্চলৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়, যেতিয়া কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন…

ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক

ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক। আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে অভিযুক্তজনক। বৃহস্পতিবাৰে চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা লোকজনে ছুৰীৰে ছেইফক আক্ৰমণ কৰিছিল।১৬ জানুৱাৰী বৃহস্পতিবাৰে ছেইফ-কৰীণা কাপুৰৰ ঘৰত প্ৰৱেশ কৰিছিল…

পুনৰ গাজাত আক্ৰমণ

যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, এনে লাগিছিল যেন বিগত ১৫ মাহ ধৰি হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়া সমাপ্ত হ’ব। কিন্তু ভবা মতে নহ’ল। আকৌ এবাৰ গাজাত আক্ৰমণ ইজৰাইলৰ।আক্ৰমণত…

ভাৰতৰ বাবে আহিল এক সুখবৰ

মহাকাশ অভিযানৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে ভাৰতে । স্পেচ ডকিং সম্পূৰ্ণ কৰা চতুৰ্থখন দেশত পৰিণত হৈছে ভাৰত । প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা ভাৰতীয়…

৩০০ফুট দ খাৱৈত পৰিল বাছ

মণিপুৰৰ ৰাজপথত প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন। গুৰুতৰভাৱে আহত কেইবাগৰাকীও যাত্ৰী। CRPFৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ কৰে যাত্ৰীসকলক। আহত যাত্ৰীসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ। ননী জিলাৰ কটলেনত…

নৱবৰ্ষৰ আৰম্ভণিতে অসমলৈ আহিল ভাল খবৰ

নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা সু-খবৰ। ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছে ২০২৫ বৰ্ষত পৰ্যটকে ভ্ৰমণ কৰিব পৰা ৫২খন ঠাইৰ নাম। য’ত এই ঠাইসমূহৰ মাজত স্থান লাভ কৰিছে অসমে। আগশাৰীৰ…

মাঘ বিহুৰ প্ৰাকক্ষণত আহিল এটা বেয়া খবৰ

মাঘ বিহুৰ প্ৰাকক্ষণত মাজুলীবাসীৰ বাবে এটা বেয়া খবৰ। আজিৰ পৰা বন্ধ সকলো চৰকাৰী জাহাজ। কমলাবাৰী-অফলামুখ ফেৰীঘাটত বন্ধ চৰকাৰী ফেৰীসেৱা। জল পৰিবহণ বিভাগে যোগান দিব পৰা নাই ডিজেল। NRLক টকা দিব…