Business মহাত্মা গান্ধীৰ মৃ*ত্যু বাৰ্ষিকী January 30, 2025 Dipshikha আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী।৩০ জানুৱাৰীত বাপুৰ মৃত্যুবাৰ্ষিকীত সমগ্ৰ দেশে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ইয়াক শ্বহীদ দিৱস হিচাপে পালন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু…
Business পুনৰ পানবজাৰ আৰক্ষীৰ জালত ট্রেডিং প্ৰৱঞ্চক January 30, 2025 Dipshikha পাণবজাৰ আৰক্ষীৰ জালত ট্ৰেডিং প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকটোৰ নাম অসীম গোৱেল । মহানগৰীৰ আঠগাঁৱৰ বাসিন্দা এই প্ৰৱঞ্চকটো । ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেটৰ নামত ৮ কোটি টকা আত্মসাৎ । বহু লোকৰ পৰা…
Business ক্ৰীড়া সন্থাৰ খেলপথাৰত অঘটন January 30, 2025 Dipshikha ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অঘটন । হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু আৰক্ষী বিষয়াৰ। নলবাৰী যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকৰ মৃত্যু । সহকাৰী উপ-পৰিদৰ্শক ভূপেন কলিতাৰ আকস্মিক মৃত্যু। ষষ্ঠ অসম মাষ্টাৰ্ছ গেমছৰ মাজতে…
Business পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক January 28, 2025 Dipshikha পুনৰ অসম আৰক্ষীয়ে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশত বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।একে সময়তে সীমান্তত নিয়মীয়া টহল অব্যাহত ৰাখিছে আৰক্ষীয়ে…
Business সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত January 28, 2025 Dipshikha সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত। ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ যাত্ৰা আৰম্ভ কৰিছিল সমীৰণ ফুকনে। এতিয়া সমীৰণে নতুন সাধাৰণ সম্পাদক ৰূপে পৰৱৰ্তী…
Business নগাঁও আৰক্ষীৰ বৃহৎ সফলতা January 27, 2025 Dipshikha জুৱা খেলৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। নগাওঁ আৰক্ষীৰ অভিযানকাৰী দলে চহৰ খনৰ লক্ষীনগৰত অভিযান চলাই জুৱা খেল চক্ৰৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে জুৱা খেলত ব্যৱহৃিত বিভিন্ন সামগ্ৰীও…
Business কলিয়াবৰত মাথাউৰি ভাঙি পৰিল বাইক আৰোহী January 27, 2025 Dipshikha গণৰাজ্য দিৱসৰ আনন্দৰ মাজতে কালি নিশা কলিয়াবৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ভগ্ন মথাউৰিৰ পৰা প্ৰায় ২০ ফুট তলত পৰিল বাইকসহ আৰোহী। এতিয়ালৈকে সন্ধান নাই বাইক আৰোহী যুৱকৰ।বাইক আৰোহীগৰাকী জখলাবন্ধাৰ…
Business ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জন জীৱন January 24, 2025 Dipshikha কুঁৱলীৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। ঘন কুঁৱলীৰ বাবে যান-বাহন চলোৱা অসুবিধাৰ সন্মুখীন হৈছে চালকসকল। ইয়াৰ মাজতে ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow…
Business আজি পুৱা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা January 24, 2025 Dipshikha মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ভাণ্ডাৰাৰ সমীপৱৰ্তী এটা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ৬জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক…
Business ভয়ংকৰ অগ্নিকাণ্ড ফলত ৭৬জন লোকৰ মৃ*ত্যু January 22, 2025 Dipshikha এখন ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭৬ জনলোকৰ মৃত্যু হয়। জানিব পৰা মতে, এই হোটেলখনত প্ৰায় ২৩৪ গৰাকী অতিথি আছিল। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম তুৰস্কৰ এখন ৰিজৰ্টত…