Author: Dipshikha

গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক

৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল…

হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা

হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। হঠাতে পাহাৰৰ পৰা খহি পৰা ধ্বংসাৱশেষত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় এখন বাছ। দুৰ্ঘটনাত থিতাতে ১৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ…

আজি ভাৰতীয় বায়ুসেনা দিৱস

আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতি বছৰে এই দিৱসটো ৮ অক্টোবৰত পালন কৰা হয়। কিয়নো আজিৰ দিনটোতে দেশৰ অন্যতম সন্মানীয় সশস্ত্ৰ বাহিনী সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৩২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয়…

ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল

ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল। ৩ গৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল। ছুছুমু কিটাগাৱা, ৰিছাৰ্ড ৰকছন, উমৰ এম য়াঘিলৈ এই সন্মান।এইবাৰ একেলগে তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই…

পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে

পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে। ১৯ বছৰ অনুৰ্ধ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি কেইবাটাও অভিলেখ ভংগ কৰে বৈভৱে। ভাৰতে প্ৰথমখন বহুদিনীয়া মেচত এটা ইনিংছ আৰু ৫৮ ৰাণেৰে জয়লাভ কৰে।এই খেলত…

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ। গাজা শান্তি আলোচনাৰ ওপৰত আমেৰিকাক সমৰ্থন নকৰে বুলি কয় পাকিস্তানে। দেশখনৰ এই সিদ্ধান্তৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰী ইছহাক দাৰে মঙলবাৰে কয়…

টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন

টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন। ৫ জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাজী নদীত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই…

পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ

পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ । অৱশেষত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুৰ বাধাহীন চলাচল সুনিশ্চিত কৰিবলৈ ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰৰ বাবে বিত্তীয় অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৷…

প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়

প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়। কন্যাসকল ঈশ্বৰৰ বহুমূলীয়া উপহাৰ, জন্মৰ লগে লগে প্ৰতিখন ঘৰতে আনন্দ কঢ়িয়াই আনে। সেয়ে পৰিয়ালত সকলোৰে প্ৰিয় বুলি গণ্য কৰা…

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী ষ্টেলিনৰ তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৫১ জন লোকক…