Author: Dipshikha

লাখ লাখ মহিলাৰ বাবে ভাল খবৰ

ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতিমাহে লাভ কৰে অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে আন এক ডাঙৰ সিদ্ধান্ত। সেই অনুসৰি এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব সকাহ।প্ৰতিটো ৰন্ধন…

হংকঙৰ আবাসিক টাৱাৰত ভয়ংকৰ অগ্নিকাণ্ড

হংকঙৰ আৱাসিক টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ আশংকা। ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।হংকঙৰ টাইপো অঞ্চলৰ ৱাং…

দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক

দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে। আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে আটক কৰা লোককেইজন হ’ল…

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ভয়ংকৰ গুলীচালনাৰ

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বুধবাৰে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় । হোৱাইট হাউছৰ সমীপতে নিয়োজিত ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডৰ দুই জোৱানক লক্ষ্য কৰি গুলীচালনা । গুৰুতৰভাৱে আহত জোৱান দুজন । ততালিকে…

মনোৰঞ্জন জগতৰ বাবে আন এক বেয়া খবৰ

মনোৰঞ্জন জগতৰ বাবে আন এক বেয়া খবৰ। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। ইয়াৰ পাছতে এতিয়া বলীউড জগতত শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে, আজি পুৱাৰ…

আজি লাচিত দিৱস

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই অহা সহস্ৰ মোগল সেনাক ভেটিবলৈ ৰণক্ষেত্ৰত নামি পৰে লাচিত। আৰু তাৰ পিছতে কাললৈ ইতিহাসৰ বুকুত সোণালী আখৰে লিপিবদ্ধ হয় বীৰত্বৰ সেই মহাগাঁথা। অৱশ্যে শৰাইঘাটৰ ৰণৰ পূৰ্বেই নিজৰ…

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা। এই ঘটনাত এতিয়ালৈকে ৩ জন জোৱান নিহত আৰু ৩ জন আক্ৰমণকাৰী আহত হয়। অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত এই আক্ৰমণ হয়। জানিব পৰা মতে,…

এইবাৰ কোনকেইটা সমষ্টিত কংগ্ৰেছত গণ্ডগোল হ’ব তাৰো হিচাপে দিলে মুখ্যমন্ত্ৰীয়ে

এইবাৰ কোনকেইটা সমষ্টিত কংগ্ৰেছত গণ্ডগোল হ’ব তাৰো হিচাপে দিলে মুখ্যমন্ত্ৰীয়ে । বুদ্ধিজীৱীকো জনালে প্ৰত্যাহ্বান ।সমাগত অসমৰ বিধানসভা নিৰ্বাচন । শাসক-বিৰোধীয়ে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । বিশেষকৈ বিজেপিয়ে অসমৰ প্ৰতিটো…

শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।জিলাখনত আৰক্ষীয়ে ধাৰাবাহিকভাৱে আৰক্ষীয়ে…

এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে

এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে। পথৰ কাষৰ এটা দ খাৱৈত তেওঁলোকে যাত্ৰা কৰা বাহনখন বাগৰি পৰাৰ ফলত কৰুণ মৃত্যু ঘটিছে যুৱককেইজনৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত।…