Business চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ৰ বাবে নিৰ্বাচিত হৈছে কামৰূপ(গ্ৰাম্য) জিলাৰ ‘হেমন্ত’ দল August 10, 2024 Business Bureau চেমচাং ইণ্ডিয়াই নিজৰ চিএছআৰ কাৰ্যসূচীৰ অধীনত আয়োজন কৰা ‘ছলভ ফৰ টুমৰু’ ২০২৪ প্ৰতিযোগিতাৰ শীৰ্ষ ২০টা ছেমি ফাইনেলিষ্টৰ নাম ঘোষণা কৰিছে, য’ত অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ দল ‘হেমন্ত’ই স্থান লাভ কৰিছে।…
Business আইটিচি ছানফিষ্টে শিশুৰ পুষ্টি উন্নত কৰিবলৈ ‘ছুপাৰ এগ এণ্ড মিল্ক’ বিস্কুট প্ৰৱৰ্তন কৰে August 9, 2024 Business Bureau গ্ৰাহকসকলৰ বাবে নতুন আৰু অভিনৱ অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে সদা পৰিচিত প্ৰতিষ্ঠান আইটিচি ছানফিষ্টে আজি কুকুৰা আৰু গৰুৰ সৈতে সম্পৰ্কিত বিশেষ সন্মিলনৰ আয়োজন কৰে। এই অনুষ্ঠানত সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিসকলৰ…
Business অশোক লেলেণ্ডে তিনিচুকীয়াত এলচিভিৰ বাবে ইয়াৰ ডিলাৰশ্বিপ উদ্বোধন কৰে August 8, 2024 Business Bureau দেশৰ বাণিজ্যিক বাহন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান তথা হিন্দুজা গোটৰ ধ্বজাবাহী প্ৰতিষ্ঠান অশোক লেলেণ্ডে তিনিচুকীয়াত লঘু বাণিজ্যিক বাহন(এলচিভি)ৰ বাবে এটা নতুন ডিলাৰশ্বিপ মুকলি কৰিছে। এয়া হৈছে প্ৰতিষ্ঠানটোৰ অসমত চতুৰ্থটো এলচিভি ডিলাৰশ্বিপ,…
Business নিছান মটৰ ইণ্ডিয়াই সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে বিনামূলীয়া মৌচুমী পৰীক্ষা শিবিৰ ঘোষণা কৰিছে August 8, 2024 Business Bureau নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে সমগ্ৰ ভাৰতৰ সকলো অনুমোদিত নিছান ৱৰ্কশ্বপসমূহত ২০২৪ৰ ১৫ জুলাইৰ পৰা ৩১ আগষ্টলৈ বিনামূলীয়া মনছুন চেক-আপ কেম্প আয়োজনৰ কথা প্ৰকাশ কৰিছে। ৩০-পইণ্টৰ সম্পূৰ্ণ পৰীক্ষাৰ ব্যৱস্থা কৰি…
Business জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ড্ৰাইভ.ভাৰত অনুষ্ঠান August 7, 2024 Business Bureau জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ড্ৰাইভ.ভাৰত অনুষ্ঠানত উদ্যোগ-প্ৰথম বৈদ্যুতিক বাহন(ইভি)ৰ এক অভিনৱ শৃংখলা মুকলি কৰিছে। প্ৰতিষ্ঠানটোৱে এই অনুষ্ঠানত ইভি খণ্ড আৰু আন্তঃগাঁথনিত বিপ্লৱ অনাৰ লক্ষ্যৰে চাৰিটা…
Business ফ্লিপকাৰ্টে প্ৰকাশ কৰিলে #ফ্লিপট্ৰেণ্ডছ প্ৰতিবেদনৰ এইছ১ ২০২৪ সংস্কৰণ August 7, 2024 Business Bureau ফ্লিপকাৰ্টে প্ৰকাশ কৰিলে #ফ্লিপট্ৰেণ্ডছ প্ৰতিবেদনৰ এইছ১ ২০২৪ সংস্কৰণ, য’ত ৫০০ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীৰ বজাৰ কৰাৰ অভ্যাসৰ ওপৰত এক বিস্তৃত দৃষ্টিভংগী আগবঢ়োৱা হৈছে। এই প্ৰতিবেদনখনে মহানগৰৰ লগতে আৰু টায়াৰ ৩+ অঞ্চলসমূহৰ…
Business এচিল’ৰ®-এ ক্ৰিকেট তাৰকা বিৰাট কোহলীক লৈ নতুন এক প্ৰভাৱশালী অভিযান আৰম্ভ কৰিছে August 6, 2024 Business Bureau চশমাৰ ক্ষেত্ৰখনত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান এচিল’ৰ®-এ ক্ৰিকেট তাৰকা বিৰাট কোহলীক লৈ নতুন এক প্ৰভাৱশালী অভিযান আৰম্ভ কৰিছে, ইয়াত নিজৰ উন্নত লেন্স প্ৰযুক্তি আইজেন® আৰু ভেৰিলাক্স®ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।…
Business ব্যতিক্ৰম মাছডোৱে আয়োজন কৰিছে তৃতীয় মহিলা কনক্লেভ ২০২৪ৰ : সৱলীকৰণ আৰু উদ্ভাৱনৰ বাবে এখন মঞ্চ August 6, 2024 Business Bureau অসমৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাছডোৱে ১০ আগষ্টত গুৱাহাটীৰ হোটেল ভিভাণ্টাত ‘ব্যতিক্ৰম ৱমেন কনক্লেভ ২০২৪’ৰ তৃতীয় সংস্কৰণ আয়োজন কৰিব। এই বৰ্ষৰ সন্মিলনৰ লক্ষ্য হৈছে মহিলাসকলক সবলীকৰণ কৰা আৰু মহিলাসকলৰ উদ্যোগী…
Business ফেডাৰেল বেংকে গুৱাহাটী অসমত অষ্টম ফেডাৰেল স্কিল একাডেমী মুকলি কৰে August 5, 2024 Business Bureau ফেডাৰেল বেংকে সামাজিক দায়ৱদ্ধতা পদক্ষেপ (চিএছআৰ) পদক্ষেপৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে অষ্টম ফেডাৰেল স্কিল একাডেমী আৰম্ভ কৰিছে। গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত ডনবস্কো ইনষ্টিটিউট চৌহদত অৱস্থিত এই নতুন একাডেমীৰ লক্ষ্য হৈছে…
Business গড্ৰেজ ইণ্ডাষ্ট্ৰিজ গ্ৰুপে ‘ৰাষ্ট্ৰীয় ৰসায়ন দিৱস ২০২৪’ স্মৰণ কৰে August 5, 2024 Business Bureau ৰাসায়নিক উদ্যোগক গঢ় দিয়া অত্যাধুনিক ট্ৰেণ্ড আৰু প্ৰযুক্তিৰ সন্ধানৰ বাবে আয়োজন কৰা যুগান্তকাৰী অনুষ্ঠান গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে আজি প্ৰথমবাৰলৈ আয়োজন কৰা ‘ৰাষ্ট্ৰীয় ৰসায়ন দিৱস’ শীৰ্ষ সন্মিলন উন্মোচন কৰিছে। গড্ৰেজ কেমিকেলছ…