Author: Business Bureau

এনচিএলটিয়ে শ্লাইচ আৰু নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্কৰ একত্ৰীকৰণৰ অনুমোদন জনাইছে

দেশৰ গ্ৰাহকসকলক ধন পৰিশোধ আৰু ঋণ প্ৰদান কৰা আগশাৰীৰ প্ৰতিষ্ঠান শ্লাইচৰ সৈতে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ একত্ৰিকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ(এনচিএলটি)-এ অনুমোদন জনাইছে। এনচিএলটিৰ গুৱাহাটী বিচাৰপীঠে এনইএছএফবি, শ্লাইচ আৰু…

এছবিআই সাধাৰণ বীমাই নাগালেণ্ড দুৰ্যোগ বিপদাশংকা স্থানান্তৰ পেৰামেট্ৰিক বীমা সমাধান ৰূপায়ণৰ বাবে এনএছডিএমএ-ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে

দুৰ্যোগৰ সময়ত বহনক্ষমতা বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(এনএছডিএমএ)ই এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ সৈতে নাগালেণ্ড ডিজেজষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স চল্যুচন(ডি আৰ টি পি আই এছ) কাৰ্যকৰী…

ডাঃ ৰস্না দাস হাজৰিকাই শিশুসকলৰ বাবে বাৰ্ষিক ফ্লু টিকাকৰণৰ পৰামৰ্শ দিয়ে কিয়নো অনিয়মীয়া বাৰিষাই স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি কৰে

মৌচুমীৰ আগমনত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা বাৰিষাৰ এই সময়ছোৱাতঅস্বাভাৱিক বতৰৰ বাবে শিশুৰ মাজত ফ্লুৰ আশংকা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে আৰআইজিপিএ চিলড্ৰেন’ছ ক্লিনিকৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা শিশু ৰোগ বিশেষজ্ঞ…

মহিন্দ্ৰাই ‘দ্য’ এছইউভি মুকলি কৰিছে: থাৰ ৰক্স

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে থাৰ ৰক্স, যিখন বাহনক ‘দ্য’ এছইউভি বুলি আখ্যা দিয়া হয়, এই বাহনখনে ভাৰতীয় স্বয়ংচালিত উদ্যোগত নতুন মানদণ্ড স্থাপন কৰিছে। ১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত…

গুডনাইট জৰীপৰ দ্বাৰা উদ্ঘাটিত ভাৰতীয়সকলৰ মাজত বছৰজুৰি মহ-বাহিত ৰোগৰ উদ্বেগ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অগ্ৰণী ব্ৰেণ্ড গুডনাইটে কৰা শেহতীয়া সমীক্ষাত ভাৰতীয়সকলৰ মাজত মেলেৰিয়া আৰু ডেংগুৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বছৰজোৰা প্ৰত্যাহ্বান-ভাবুকিৰ প্ৰতি ব্যাপক উদ্বেগ প্ৰকাশ পাইছে। “এটা মহ, অগণন…

এমজি উইণ্ডছৰ টিজাৰে খণ্ড-আগশাৰীৰ পানী ৰখাৰ ক্ষমতাৰ ওপৰত আলোকপাত কৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন ক্ৰছঅভাৰ ইউটিলিটী ভেহিকেল(চি ইউ ভি) এম জি উইণ্ডছৰৰ এক আকৰ্ষণীয় টিজাৰ মুকলি কৰিছে, য’ত বাহনখনৰ আকৰ্ষণীয় পানীত ডুব যোৱাৰ পৰা ৰক্ষা কৰিব পৰা সামৰ্থ্যক…

নিছানে কৰ্ণাটক নেটৱৰ্ক সম্প্ৰসাৰিত কৰিছে, বাংগালুৰুত চতুৰ্থ জেনেৰ এক্স-ট্ৰেইলৰ আত্মপ্ৰকাশ কৰিছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ বেংগালুৰুত তিনিটা নতুন গ্ৰাহক টাচ্চপইণ্ট মুকলি কৰি সমগ্ৰ ভাৰতত ২৭৩টা টাচ্চপইণ্টলৈ নেটৱৰ্ক সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে, নতুনকৈ মুকলি কৰা ৩টা সেৱাকেন্দ্ৰৰ ভিতৰত দুটা হৈছে শ্ব’ৰুম…

এনএমআইপিএল ভাৰতৰ বিভিন্ন অঞ্চলত ভয়াৱহ বানে ক্ষতিগ্ৰস্ত সহায়ৰ পদক্ষেপ গ্ৰহণ কৰিছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ভাৰতৰ বিভিন্ন অঞ্চলত ভয়াৱহ বানে ক্ষতিগ্ৰস্ত কৰা বা প্ৰভাৱিত হোৱা বাহনসমূহ মেৰামতি বা ন ৰূপ দিবলৈ গ্ৰাহকসকলক সহায়ৰ বাবে এক ব্যাপক সহায়ৰ পদক্ষেপ গ্ৰহণ…

ডিএছপি মিউচুৱেল ফাণ্ডে ভাৰতৰ প্ৰথম নিফটি শীৰ্ষ ১০ সম ওজন সূচক পুঁজি আৰু ইটিএফ মুকলি কৰিছে

ডিএছপি মিউচুৱেল ফাণ্ডে ভাৰতৰ প্ৰথমটো নিফটি শীৰ্ষ ১০ সম ওজনৰ সূচকাংক ফাণ্ড আৰু ইটিএফৰ শুভাৰম্ভণিৰ জৰিয়তে বিনিয়োগ কৌশলত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। ১৬ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা…

এনএছডিচি আৰু ডব্লিউইএছে ভাৰতীয় একাডেমিক ৰেকৰ্ডৰ ডিজিটেল প্ৰমাণীকৰণৰ আধুনিকীকৰণৰ বাবে মিত্ৰতা গঢ়ি তুলিছে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন (এনএছডিচি) আৰু ৱৰ্ল্ড এডুকেচন চাৰ্ভিচেছ(ডব্ৰিউইএছ)-এ ভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ ডিজিটেল একাডেমিক প্ৰমাণপত্ৰৰ প্ৰমাণীকৰণ(ভেৰিফিকেচন) আৰু স্থানান্তৰ(ট্ৰেনস্ফাৰ)ৰ পৰিৱৰ্তনৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। নিৰ্ভৰযোগ্য আৰু প্ৰৱঞ্চনা-প্ৰতিৰোধী একাডেমীক ৰেকৰ্ডৰ…