Author: Business Bureau

ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ডাষ্টাৰ

এসময়ত দেশৰ মধ্যম আকাৰৰ বাহন ছেগমেণ্টক সংজ্ঞায়িত কৰা আইকনিক এছইউভিৰ ধাৰা পুনৰ উভতি অহাৰ সৈতে সংগতি ৰাখি ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ডাষ্টাৰ। নতুন প্ৰজন্মৰ ডাষ্টাৰখনে নিজৰ ৰুক্ষ…

আই আই টি গুৱাহাটীত প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে স্লাইছে অসমৰ ষ্টাৰ্টআপ ইক’চিষ্টেম শক্তিশালী কৰে

অসমৰ ক্ৰমবৰ্ধমান উদ্ভাৱন আৰু উদ্যমিতা পৰিৱেশ তন্ত্ৰৰ সৈতে অব্যাহত ৰখাৰ অংশ হিচাপে আইআইটি গুৱাহাটীত প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপসমূহলৈ স্লাইচ এছএফবি-এ সমৰ্থন সম্প্ৰসাৰণ কৰিছে। আইআইটি গুৱাহাটীৰ উদ্যমিতা কোষে আয়োজন কৰা বাৰ্ষিক উদ্যমিতা…

টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফৰ্চুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি তুলিছে

বর্ধিত ঘৰুৱা খৰচ আৰু পৰিৱৰ্তিত আর্থিক অগ্রাধিকাৰৰ সম্মুখীন হোৱা গ্রাহকসকলৰ বাবে সঞ্চয়ক সহজ আৰু সুলভ কৰি তুলিবলৈ টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফচুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি…

এক্সিছ মিউচুৱেল ফাণ্ডৰ শেহতীয়া এনএফঅ’ৰ জৰিয়তে ভাৰতৰ শীৰ্ষ খণ্ডৰ নেতাসকলৰ মাজত বিনিয়োগ কৰক

ভাৰতৰ আগশাৰীৰ সম্পদ ব্যৱস্থাপনা কোম্পানীসমূহৰ ভিতৰত অন্যতম এক্সিছ মিউচুৱেল ফাণ্ডে নিজৰ নতুন পুঁজি অফাৰ-এক্সিছ বিএছই ইণ্ডিয়া ছেক্টৰ লিডাৰ্ছ ইনডেক্স ফাণ্ড মুকলি কৰিছে, যি হৈছে এক মুক্ত-অন্তৰ্ভুক্ত ইণ্ডেক্স ফাণ্ড, যি বিএছই…

হোণ্ডাই বৃদ্ধি কৰিলে পথ সুৰক্ষাৰ বিনিয়োগ গুৱাহাটীত ২৪০০ ছাত্ৰ-ছাত্ৰীক নিয়োজিত

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত এক সজাগতা অভিযানেৰে দেশজোৰা পথ সুৰক্ষাৰ পদক্ষেপ আগবঢ়াই নিছে। এই সজাগতা অভিযানৰ জৰিয়তে আৰ্মী পাব্লিক স্কুলৰ ২৪০০ৰো অধিক শিক্ষাৰ্থীক জড়িত কৰি শিক্ষণ, পাৰস্পৰিক…

বিবিচিআইয়ে অত্যাধুনিক ৰেডিয়চন থেৰাপীৰ বাবে এছবিআইৰ পুঁজিৰে কেন্সাৰ চিকিৎসাৰ ক্ষমতা বৃদ্ধি কৰে

উত্তৰ পূবত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটে কেইবাটাও অত্যাধুনিক ৰেডিয়’থেৰাপী আৰু ডাইগ্নষ্টিক চিষ্টেম উদ্বোধন কৰি নিজৰ ৰেডিয়’চন অংক’লজী ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ…

মহিন্দ্ৰাই উন্নীত কৰা ষ্টাইল, অতিৰিক্ত আৰাম আৰু সুবিধাজনক বৈশিষ্ট্যৰে মুকলি কৰিলে বলেৰ’ কেম্পাৰ আৰু বলেৰ’ পিক-আপৰ নতুন পৰিসৰ

ভাৰতৰ ১নং পিকআপ ব্ৰেণ্ড বলেৰ’ পিক-আপ নিৰ্মাতা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই আজি বলেৰ’ কেম্পাৰ আৰু বলেৰ’ পিক-আপ ৰেঞ্জৰ সতেজ সংস্কৰণ মুকলি কৰিছে। অধিক সুবিধা সন্নিৱিষ্ট কৰাৰ লগতে আৰাম বৃদ্ধি কৰাৰ বাবে…

টেটলীয়ে এল-কাৰ্নিটিন সংযোজিত গ্ৰীণ টি স্লিম কেয়াৰ ৰেঞ্জ উন্মোচন কৰিছে

টেটলীয়ে এল-কাৰ্নিটিন সংযোজিত গ্ৰীণ টি স্লিম কেয়াৰ ৰেঞ্জ উন্মোচন কৰিছে। এই শেহতীয়া পদক্ষেপৰ লক্ষ্য হৈছে সুষম আহাৰ আৰু নিয়মিত শাৰীৰিক ব্যায়ামৰ সৈতে মিলাই ওজন নিয়ন্ত্ৰণ আৰু সামগ্ৰিক সুস্থতা সমৰ্থন কৰা…

মহাৰাষ্ট্ৰৰ ৫ হাজাৰৰো অধিক মহিলা কৃষকক সবলীকৰণৰ বাবে গডৰেজ এগ্ৰ’ভেট এম এছ আৰ এল এমৰ অংশীদাৰ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মহাৰাষ্ট্ৰৰ ৯খন প্ৰধান কপাহ উৎপাদনকাৰী জিলাৰ ৫,০০০ৰো অধিক মহিলা কৃষকৰ সবলীকৰণৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান(এমএছআৰএলএম-ইউএমইডি)ৰ সৈতে তিনি বছৰীয়া অংশীদাৰিত্বৰ কথা সোমবাৰে ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘই ২০২৬…

স্কোডা অট’ই ভাৰতত মুকলি কৰিলে নতুন কুশ্বাক

স্কোডা অটো ইণ্ডিয়াই মঙলবাৰে ভাৰতীয় বজাৰত নতুন কুশ্বাক বাহনখন মুকলি কৰি ভাৰতীয় পথসমূহৰ বাবে ইউৰোপীয় প্ৰযুক্তিক সুলভ কৰাৰ কৌশল শক্তিশালী কৰিছে। উন্নীত কৰি মুকলি কৰা এছইউভিখনৰ প্ৰি-বুকিং কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত…