Author: Business Bureau

জিএছটি কৰ্তনে কঢ়িয়াই আনিছে আনন্দ: ফেষ্টিভ ছিজনত গাড়ীৰ দাম হ্ৰাস কৰিছে ৰেনল্টে

জিএছটি পৰিষদে পৰোক্ষ কৰ ব্যৱস্থাক ৫% আৰু ১৮%ৰ দুটা শ্লেবত সুশৃংখলিত কৰাৰ যুগান্তকাৰী সিদ্ধান্তই বিভিন্ন খণ্ডত আশাবাদৰ সৃষ্টি কৰিছে, অটোম’বাইল উদ্যোগটোৱেই আটাইতকৈ বেছি উপকৃত হ’ব। এই সংস্কাৰৰ জৰিয়তে ঘৰুৱা বাজেট…

এনএমআইপিএল-এ ভাৰতৰ আগশাৰীৰ ফুল-ষ্টেক ব্যৱহৃত গাড়ী প্লেটফৰ্ম স্পিনিৰ সৈতে এক কৌশলগত অংশীদাৰিত্ব কৰিছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ভাৰতৰ আগশাৰীৰ ফুল-ষ্টেক ব্যৱহৃত গাড়ী প্লেটফৰ্ম স্পিনিৰ সৈতে এক কৌশলগত অংশীদাৰিত্ব কৰিছে, যাৰ ফলত ই ভাৰতৰ নিছান ডিলাৰশ্বিপত স্পিনি ‘পছন্দৰ এক্সচেঞ্জ পাৰ্টনাৰ প্লেটফৰ্ম’ হিচাপে পৰিগণিত…

ফিজিটেল ইভোল্যুশনঃ এক্সিছ মেক্স লাইফে ডিজিটেল যুগৰ বাবে লাইফ এডভাইজৰসকলক প্ৰদান কৰিছে সামৰ্থ্য

এক্সিছ মেক্স লাইফে জীৱন বীমাৰ উপদেষ্টাসকলৰ বাবে এক ৰূপান্তৰশীল দৃষ্টিভংগী উন্মোচন কৰিছে, লাইফ এডভাইজৰসকলক ডিজিটেলভাৱে শক্তিশালী, আৱেগিকভাৱে বুদ্ধিদীপ্ত অংশীদাৰ হিচাপে ভাৰতৰ বিকশিত জীৱন বীমা পৰিৱেশৰ মূল স্থানত স্থান প্ৰদান কৰিছে।…

এআই-চালিত কলাৰ আইডিৰ শুভাৰম্ভণি ট্ৰুলকাৰৰ

প্ৰায় ৪৫০ মিলিয়নতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰীৰ এক বিশ্বব্যাপী সম্প্ৰদায়ৰ সৈতে ট্ৰুকলাৰ এটা ফোন কলৰ আইডি সেৱাতে সীমাৱদ্ধ হৈ থকা নাই; ই মানুহক কেৱল কোনে যোগাযোগ কৰিছে সেইটোৱেই নহয়, প্ৰতিটো কলৰ…

এই পুষ্টি সপ্তাহত গড্ৰেজ জাৰ্চীয়ে এক বিশেষ অভিযান আৰম্ভ কৰিছে

সমগ্ৰ ভাৰতৰ নিৰামিষভোজী পৰিয়ালৰ বাবে প্ৰটিনৰ অপৰিহাৰ্য উৎস হিচাপে স্থান প্ৰদান কৰি অহা পনীৰৰ পুষ্টি আৰু ৰান্ধনীৰ সম্ভাৱনাক অনন্য ৰূপত তুলি ধৰিবলৈ এই পুষ্টি সপ্তাহত গড্ৰেজ জাৰ্চীয়ে এক বিশেষ অভিযান…

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে “টাটা এআইএ হেল্থ বাডী”

স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহে কোনো নিৰ্দিষ্ট সময়লৈ অপেক্ষা নকৰে। অপ্ৰত্যাশিতভাৱে যিকোনো সময়তে উদ্ভৱ হ’ব পাৰে, যাৰ ফলত পৰিয়ালবোৰে সমৰ্থন, নিৰ্দেশনা বা সময়মতে যত্নৰ বাবে দৌৰাদৌৰি কৰিব লগা হয়। ভাৰতত যথেষ্ট সংখ্যক লোকে…

আলমণ্ডৰ সৈতে আপোনাৰ দৈনিক পুষ্টি বৃদ্ধি কৰক

সুস্বাস্থ্যৰ মূল চাবিকাঠি হৈছে সুষম খাদ্য আৰু এইবাৰৰ পুষ্টি মাহৰ “খাদ্যই আমাক একেলগে সংযোগ কৰে” বিষয়বস্তুৱে সংযোগ গঢ়ি তোলাত খাদ্যৰ ভূমিকাৰ ওপৰত আলোকপাত কৰিছে। আলমণ্ড, ফল-মূল, গোটা শস্যৰ দৰে পুষ্টিকৰ…

কোন কোন ৰোগীয়ে প্ৰথম আইভিএফ চক্ৰৰ বিষয়ে আগতীয়াকৈ নুসুধিলে অনুশোচনা কৰে?

ডাঃ কল্পনা জৈন, প্ৰজনন বিশেষজ্ঞ, বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ, গুৱাহাটী আইভিএফৰ প্ৰথম পদক্ষেপটো প্ৰায়ে মিশ্ৰিত আৱেগৰ সৈতে জড়িত হৈ থাকে – প্ৰত্যাশা, অস্থিৰতা আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ এক শান্ত হৈ…

গুৱাহাটীত জেএছডব্লিউ গ্ৰুপে অসম চৰকাৰৰ সহযোগত নিৰ্মাণ কৰিব বিশ্ব মানদণ্ডৰ ঐতিহ্য সংগ্ৰহালয়

দেশৰ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ অন্যতম বৃহৎ কৰ্পৰেট প্ৰচাৰক জেএছডব্লিউ গ্ৰুপে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীত এটা অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰিব। বিশ্ব মানদণ্ডৰ সংগ্ৰহালয়টোত সপ্তদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত…

পূব ভাৰতৰ বৃদ্ধি আচবাব আৰু মেট্ৰেছৰ বজাৰখন মুকলি কৰিবলৈ কলকাটাউড ২০২৫

পূব ভাৰতৰ কাঠৰ সামগ্ৰী, আচবাব আৰু মেট্ৰেছ নিৰ্মাণ সম্বন্ধীয় প্ৰথমখন বৃহৎ পৰিসৰৰ প্ৰদৰ্শনী কলকাতাউড ২০২৫ অহা ১২–১৪ ছেপ্টেম্বৰলৈ কলকাতাৰ বিশ্ব বাংলা মেলাপ্ৰংগনত অনুষ্ঠিত হ’ব। নুৱেৰ্নবাৰ্গ মেছে ইণ্ডিয়াৰ দ্বাৰা আয়োজিত এই…