Business ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি উইনভেষ্টাৰ পালছ ২০২৫–২৬ মুকলি কৰে March 10, 2026 Business Bureau ভাৰতৰ মহিলাসকলে নিজৰ বিত্তীয় সিদ্ধান্তৰ দায়িত্ব ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে, ৫৬% মহিলাই এতিয়া স্বতন্ত্ৰভাৱে বিনিয়োগসমূহ বাছনি কৰে, যি ২০২২ চনত ৪৪% আছিল, ইউগভৰ সৈতে অংশীদাৰিত্বৰে ডিএছপি মিউচুৱেল ফাণ্ডে প্ৰকাশ…
Business চিডিএছএল আইপিএফে মুকলি কৰিলে ‘মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ অভিযান March 9, 2026 Business Bureau চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ভাৰত) লিমিটেড(চিডিএছএল)-এ বিনিয়োগকাৰী সুৰক্ষা পুঁজি (আইপিএফ)-এ প্রতিভূতি বজাৰত মহিলাসকলক দায়িত্বশীলভাৱে নিজৰ বিনিয়োগ যাত্ৰা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিবলৈ ‘মিছ আত্মনিৰ্ভৰ বিনিয়োগকাৰী’ শীৰ্ষক এক নতুন ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ…
Business হোলীৰ বাবে খাণ্ডচাৰি গুজিয়া March 7, 2026 Business Bureau ৰঙৰ উত্সৱ ফাকুৱাৰ এই সময়ছোৱাত অৰ্গেনিক ইণ্ডিয়াৰ চেফ যোগেন্দ্ৰ নেগীয়ে জৈৱিক উপাদান আৰু ক্লাছিক উৎসৱমুখৰ সোৱাদৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰি খান্দচাৰি গুজিয়াৰ পৰম্পৰাগত ৰেচিপি শ্বেয়াৰ কৰিছে। এই ৰন্ধন প্ৰণালীত দুই…
Business আইটিচি ছানৰাইজৰ ‘উদয়িনী’ৰ উদ্যোগত নাৰী দিৱসত অসমৰ নাৰী ৰূপান্তৰকাৰীসকলক উদযাপন March 7, 2026 Business Bureau আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সমগ্ৰ অসমৰ নাৰীৰ পৰূপান্তৰকৰ্তাসকলক স্বীকৃতি আৰু সবলীকৰণৰ লক্ষ্যৰে আইটিচি ছানৰাইজ স্পাইচেছে উদয়িনী নামৰ ইতিবাচক পদক্ষেপ হাতত লৈছে । ৰেড এফ এম ৯৩.৫ৰ সহযোগত আয়োজিত এই মঞ্চখনত…
Business গুৱাহাটীৰ ভিভান্তা হোটেলত আয়োজিত ফেমিনা গেমচেঞ্জাৰছ নৰ্থ-ইষ্ট ২০২৬ অনুষ্ঠান March 6, 2026 Business Bureau গুৱাহাটী উদ্যোগ, সৃষ্টিশীলতা আৰু সামাজিক নেতৃত্বৰ এক অনন্য সমাগমৰ সাক্ষী হ’ল ফেমিনা গেমচেঞ্জাৰছ নৰ্থ-ইষ্ট ২০২৬ অনুষ্ঠান। ভাৰতৰ অন্যতম শীর্ষ মহিলাকেন্দ্রিক লাইফষ্টাইল ব্রেগু Femina ৰ উদ্যোগত ২ মাৰ্চত গুৱাহাটীৰ ভিভান্তা হোটেলত…
Business আদানি ফাউণ্ডেচনৰ সহযোগত অম্বুজা চিমেণ্টে উমৰাংছ’ত উন্নত কৰিছে বিশুদ্ধ খোৱাপানীৰ সুবিধা March 5, 2026 Business Bureau বিশ্বজুৰি নৱম বৃহত্তম নিৰ্মাণ সামগ্ৰী সমাধান প্ৰদানকাৰী তথা বৈচিত্ৰ্যপূৰ্ণ আদানী পৰ্টফলিঅ’ৰ অংশ অম্বুজা চিমেণ্টে আদানি ফাউণ্ডেচনৰ সহযোগত উমৰাংছ’ৰ থাৰভেলাংছ’ গাঁৱৰ গ্ৰাম্য লোকসকলৰ বাবে বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান কৰি স্বাস্থ্য সুৰক্ষা…
Business ২০২৬ৰ ফেব্ৰুৱাৰী মাহত ৩১% বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে টিভিএছ মটৰ কোম্পানীয়ে March 3, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ মুঠ বিক্ৰী বছৰি ৩১% বৃদ্ধি হোৱাৰ কথা সদৰি কৰিছে, ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৪,০৩,৯৭৬খন বাহনৰ তুলনাত ৫,২৯,৩০৮খন বাহন বিক্ৰী হৈছে। এবছৰৰ পূৰ্বে ৩,৯১,৮৮৯খন…
Business এনএমআইপিএল-এ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ বাবে ১০,৫৬৫খনতকৈ অধিক বাহনৰ একত্ৰিত বিক্ৰীৰ কথা ঘোষণা কৰিছে March 3, 2026 Business Bureau নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ বাবে ১০,৫৬৫খনতকৈ অধিক বাহনৰ একত্ৰিত বিক্ৰীৰ কথা ঘোষণা কৰিছে, যিয়ে সমগ্ৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অবিৰত ব্যৱসায়িক গতিবেগক শক্তিশালী কৰি তুলিছে…
Business সুদীপ্ত সেনে আগন্তুক লোককথাৰ থ্ৰিলাৰ ছবি ‘চৰক’ৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে March 3, 2026 Business Bureau কেৰালা ষ্টৰী চিনেমাখনৰ পৰিচালক সুদীপ্ত সেনে আগন্তুক লোককথাৰ থ্ৰিলাৰ ছবি ‘চৰক’ৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে, যিখন চিনেমাৰ প্ৰযোজকৰ দায়িত্বত আছে জনপ্ৰিয় পৰিচালকজন। ‘চৰক’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰযোজক সুদীপ্ত সেনে নৱনিৰ্মিত…
Business ডাষ্টাৰৰ পুনৰ আগমনৰ পূৰ্বে বিকাশৰ গতি বৃদ্ধিৰ ফলত ৰেনল্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ফেব্ৰুৱাৰী মাহৰ বিক্ৰী বৃদ্ধি পাইছে ৩১% March 2, 2026 Business Bureau ৰেনল্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত পাইকাৰী বাহন বিক্ৰীৰ পৰিমাণ বছৰি ৩১% শক্তিশালীভাৱে বৃদ্ধিৰে ৩,৪৯৫খন বাহনলৈ বৃদ্ধি পাইছে, যি পৰিমাণ যোৱা বছৰৰ একে মাহত আছিল ২,৬৭৬খন, যিয়ে ৰেনল্ট…