Author: Business Bureau

ৰেনল্ট ভাৰত নৱেম্বৰ মাহত ৩০% বিক্ৰী বৃদ্ধিৰ প্ৰতিবেদন, ট্ৰাইবৰ আৰু কিগাৰে বৃদ্ধিৰ নেতৃত্ব দিছে

ফ্ৰেঞ্চ অটোমেকাৰ ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন ৰেনল্ট ভাৰতই নৱেম্বৰ ২০২৫ মাহত ৩,৬৬২ ইউনিটৰ হোলছেইল ৰিপৰ্ট কৰিছে, যি আগৰ বৰ্ষৰ একে মাহৰ ২,৮১১ ইউনিটৰ সৈতে তুলনা কৰিলে, বছৰি ৩০.২৭% বৃদ্ধি প্ৰদৰ্শন…

গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে আয়োজন কৰিছে উদ্বোধনী এচিষ্টিভ টেক কনফাৰেন্স ২০২৫

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ১ ডিচেম্বৰত মুম্বাইত নিজৰ প্ৰথমখন সহায়ক প্ৰযুক্তি সন্মিলন ২০২৫ আয়োজন কৰিছিল, য’ত কৰ্মক্ষেত্ৰত প্ৰযুক্তি-চালিত অন্তৰ্ভুক্তিৰ বাবে শক্তিশালী আহ্বানেৰে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ ব্যক্তি দিৱস উদযাপন কৰা হয়। এই সন্মিলনখনে…

স্কোডা অটো ইণ্ডিয়া ৫ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে

স্কোডা অটো ইণ্ডিয়াই ভাৰতত নিজৰ ব্যৱসায়িক অগ্ৰগতি অব্যাহত ৰাখিছে, ভাৰতত প্ৰৱেশৰ পিছৰে পৰা বৰ্তমানলৈকে ৫ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰূপালী জয়ন্তী বৰ্ষত ব্ৰেণ্ডটোৱে ইতিমধ্যে কেইবাটাও মাহেকীয়া, ত্ৰৈমাসিক…

জিচিপিএল-এ এটিপিকেল এডভাণ্টেজৰ সহযোগত ভাৰতৰ প্ৰথমটো ‘ৱৰ্ক ডেট ইনক্লুডছ’ এম্প্লয়েবিলিটী টুলকিট মুকলি কৰিছে,

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ এটিপিকেল এডভাণ্টেজৰ সহযোগত ভাৰতৰ প্ৰথমটো ‘ৱৰ্ক ডেট ইনক্লুডছ’ এম্প্লয়েবিলিটী টুলকিট মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে উৎপাদন খণ্ডত অৰ্থপূৰ্ণ দিব্যাংগৰ অন্তৰ্ভুক্তিৰে সৰ্বাংগীণতাক আগুৱাই নিয়া। মুম্বাইত অনুষ্ঠিত হোৱা…

এআই+এ ভাৰতত মুকলি কৰিলে “লেপটব”

ভাৰতৰ দ্ৰুততম বিকাশশীল প্ৰযুক্তি ব্ৰেণ্ড এআই+এ স্মাৰ্ট ডিভাইচৰ এটা নতুন শ্ৰেণী “এআই + লেপটেব” মুকলি কৰিছে, যিয়ে লেপটপৰ উৎপাদনশীলতাক টেবলেটৰ স্বজ্ঞাত বহনযোগ্যতাৰ সৈতে একত্ৰিত কৰিছে। ভাৰতৰ হাইব্ৰিড প্ৰজন্মৰ শিক্ষাৰ্থী, সৃষ্টিকৰ্তা…

গড্ৰেজ জাৰ্চিৰ ‘গড্ৰেজ জাৰ্চি ইণ্ডিয়া লেক্ট’গ্ৰাফ ফাইণ্ডিংছ ২০২৫-২৬ বিত্তীয় বৰ্ষ’ উন্মোচন

গড্ৰেজ জাৰ্চিয়ে ‘গড্ৰেজ জাৰ্চি ইণ্ডিয়া লেক্ট’গ্ৰাফ ফাইণ্ডিংছ ২০২৫-২৬ বিত্তীয় বৰ্ষ’ উন্মোচন কৰিছে, যিয়ে সমগ্ৰ দেশতে গাখীৰ খোৱাৰ ধৰণ, অনুষ্ঠান আৰু অনুপ্ৰেৰণা কেনেদৰে বিকশিত হৈ আছে তাৰ পৰিমাপ কৰা এক অধ্যয়ন।…

ব্যতিক্ৰম ৪.০-এ বিশ্ব সাহিত্য আৰু সাংস্কৃতিক বিনিয়োগৰ উদীয়মান কেন্দ্ৰ হিচাপে উন্নীত কৰিছে গুৱাহাটীক

উত্তৰ–পূব ভাৰতৰ বিখ্যাত সামাজিক আৰু সাহিত্যিক সংগঠন ব্যতিক্ৰমৰ উদ্যোগত আয়োজিত চাৰিদিনীয়া “ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলন ৪.০” অহা ২৪ নৱেম্বৰ পৰা আৰম্ভ হৈ ২৭ নৱেম্বৰলৈ সফলভাৱে সম্পন্ন হয়। বহুভাষিক সাহিত্য, সংস্কৃতি…

মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ ১৫ সংখ্যক ‘ব্ৰাইডছ অৱ ইণ্ডিয়া’ সংস্কৰণৰ ঘোষণা

বিশ্বৰ অন্যতম বৃহৎ গহনা খুচুৰা বিক্ৰেতা মালাবাৰ গল্ড এণ্ড ডাইমণ্ডছে ভাৰতৰ অন্যতম প্ৰত্যাশিত ব্রাইডেল শ্ব’কেছ হিচাপে পৰিচিত ফ্লেগশ্বিপ ব্রাইডছ অৱ ইণ্ডিয়া অভিযানৰ ১৫ সংখ্যক সংস্কৰণ মুকলি কৰিছে৷ চলিত বৰ্ষৰ অভিযানত…

ডিএছপি মিউচুৱেল ফাণ্ডে চাৰিখন নতুন পেচিভ আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

ডিএছপি মিউচুৱেল ফাণ্ডে সোমবাৰে চাৰিটা নতুন পেছিভ ইনভেষ্টমেণ্ট আঁচনি মুকলি কৰিছে-ডিএছপি নিফটি মিডকেপ ১৫০ ইণ্ডেক্স ফাণ্ড, ডিএছপি নিফটি মিডকেপ ১৫০ ইটিএফ, ডিএছপি নিফটি স্মলকেপ ২৫০ ইণ্ডেক্স ফাণ্ড আৰু ডিএছপি নিফটি…

বিনিয়োগকাৰী শিক্ষাত যুৱ মনক সবলীকৰণৰ বাবে চিডিএছএলে আৰম্ভ কৰিলে আইডিয়াথন

এছিয়াৰ প্ৰথমটো তালিকাভুক্ত ডিপ’জিটৰী(পুঁজি ৰক্ষক) আৰু ১৬.৭ কোটিৰো অধিক ডিমেট একাউণ্টৰ বিশ্বাসযোগ্য ৰক্ষক চেণ্ট্ৰেল ডিপ’জিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (“চিডিএছএল”) শিক্ষাৰ্থীৰ বাবে উদ্ভাৱনৰ প্ৰত্যাহ্বান হিচাপে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে। ৰিইমাজিন…