উকা হৈ পৰিল অসমৰ সংগীত জগত। অসমৰ জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ত অংশ ল’বলৈ গৈ দুৰ্ঘটনাত পতিত হৈ জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *