কাৰ্বি আংলং জিলাত সংঘটিত হোৱা ছুখয় – ৩০ এম কে আই (Sukhoi Su-30MKI) যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুেনাৰ দুজন পাইলটৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে । বায়ু সেনাই প্ৰকাশ কৰা তথ্য় অনুসৰি, স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পুৰভেশ দূৰ্গকাৰ এই দুৰ্ঘটনাটোত মৃত্যু হৈছে ৷বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটৰ পৰা উৰা মৰা যুদ্ধ বিমানখনত দুজন পাইলট আছিল ৷ পাইলট স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পুৰভেশ দূৰ্গকাৰৰ মৃত্যু ৷

Leave a Reply

Your email address will not be published. Required fields are marked *