শ্যামকানু, সিদ্ধাৰ্থহঁতৰ হৈ অসমৰ কোনো অধিবক্তাই ওকালতি নকৰে সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দোষী পক্ষৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে ।অসমৰ সকলো অধিবক্তাক সন্থাই সেইসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে ।সন্থাৰ সভাপতি শৈলেন দাস, সাধাৰণ সম্পাদক দীপক দাস আৰু উপ সভাপতি বিজন মহাজন স্বাক্ষৰিত এই আহ্বানমূলক এখনি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হ’ব সকলো জিলালৈ।ইফালে বহুকেইখন অধিবক্তাৰ সৈতে অগ্ৰিম জামিনক লৈ কথা পাতিছিল শ্যামকানু মহন্তই। Share this:FacebookX Related Post navigation একাধিক অপহৰণৰ পিছত ইৰাণত ভুৱা চাকৰিৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰতে এডভাইজাৰী জাৰি কৰিছে এগৰাকী ননদে বোয়েকক পলুৱাই লৈ যায়