প্ৰথম বাৰৰ বাবে ভাৰতত উপস্থিত হৈছে  আ’য়াৰিছ  পপ-ৰক ব্ৰেণ্ড “দ্য স্ক্ৰিপ্ট”। শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া চেৰী ব্লছম ফেষ্টিভেলৰ বাবে আইৰিছ পপ-ৰক ব্ৰেণ্ডটো মঙলবাৰে শ্বিলঙত উপস্হিত হয়। মঙলবাৰে আবেলি শ্বিলং বিমানবন্দৰত তেওঁলোকে অৱতৰণ কৰাৰ পিছতেই তেওঁলোক উষ্ম আদৰণি জনায়।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *