Month: February 2026

দিছপুৰ থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ

দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। বিধায়িকা শিৱামণি বৰা ,দিগন্ত বৰ্মন, মিডিয়া আহ্বায়ক বেদব্ৰতা বৰাৰ এজাহাৰ দাখিল। ৰাজ্যিক বিজেপিৰ ‘এক্স’হেণ্ডলত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ এ আই…

এ+ গ্ৰেডৰ পৰা বি গ্ৰেডলৈ অৱনমিত ৰোহিত শৰ্মা- বিৰাট কোহলী

বিচিচিআইয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এ প্লাছ গ্ৰেডৰ পৰা বি গ্ৰেডলৈ অৱনমিত কৰিছে। সোমবাৰে ব’ৰ্ডে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত খেলুৱৈৰ তালিকা প্ৰকাশ কৰে। এ প্লাছ…

অবৈধ মহৰ অগৰবট্টিছ ‘কম্ফৰ্ট’ আৰু ‘স্লিপ ৱেল’ৰ বিৰুদ্ধে ৰাজ্যজুৰি দমন কৰাৰ নিৰ্দেশ মহাৰাষ্ট্ৰৰ

জনস্বাস্থ্য সুৰক্ষাৰ বাবে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যখনৰ সকলো কীটনাশক পৰিদৰ্শকক “কম্ফৰ্ট” আৰু “শ্লীপ ৱেল” ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা অবৈধ মহৰ অগৰবট্টী বিক্ৰীৰ বিৰুদ্ধে তাৎক্ষণিক…

অৰ্গেনিক ইণ্ডিয়াই উন্মোচন কৰিলে থিমযুক্ত গিফ্ট

ভেলেণ্টাইন ডে’ৰ পূৰ্বে টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ অংশ অৰ্গেনিক ইণ্ডিয়াই সচেতন জীৱন-যাপন আৰু অৰ্থপূৰ্ণ উদযাপনৰ বাবে প্ৰস্তুত কৰা সুস্থতা থিমযুক্ত গিফ্ট হেম্পাৰৰ এক নিৰ্বাচিত পৰিসৰ মুকলি কৰিছে। বিশেষ “ভেলেণ্টইন’ছ ডে’…

অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অবিশ্বস প্ৰস্তাৱৰ প্ৰস্তুতি; উত্তাল হৈ পৰিছে সংসদীয় ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ সংঘাতৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে এতিয়া অনাৰ প্ৰস্তুতি চলিছে এক অনাস্থা প্ৰস্তাৱ। ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত অধ্যক্ষৰ ভূমিকা আৰু বিশেষকৈ ৰাহুল গান্ধীৰ…

দক্ষিণ কোৰিয়াত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ২ গৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ মৃত্যু

প্ৰশিক্ষণৰ মাজতে আজি দক্ষিণ কোৰিয়াৰ গ্যংগী প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দেশখনৰ সেনাৰ ১৫ সংখ্যক এভিয়েশ্যন গ্ৰুপৰ এখন ‘AH-1S কোব্ৰা’ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুগৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ…

বিনায়ক দামোদৰ সাভৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবীত সৰৱ মোহন ভাগৱত; সমৰ্থনত থিয় দিলে কংগনা ৰানাৱটে

স্বতন্ত্ৰতা সংগ্ৰামী বিনায়ক দামোদৰ সাভৰকাৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবীক কেন্দ্ৰ কৰি আজি দেশৰ ৰাজনৈতিক মহলত পুনৰ এক তীব্ৰ চৰ্চাৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন…

শ্ৰীৰামপুৰত পুলিচৰ লাঠিচালনাত আহত ৫ অধিবক্তা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ

শিমলতাপু আৰক্ষী আউটপোষ্টৰ একাংশ আৰক্ষী কৰ্মীৰ বৰ্বৰ লাঠিচালনাৰ অভিযোগক কেন্দ্ৰ কৰি যোৱানিশা শ্ৰীৰামপুৰ অঞ্চলত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ। বনভোজ খাই উভতি অহা গোঁসাইগাঁও বাৰ এছ’চিয়েশ্যনৰ প্ৰায় ৮০ জনীয়া অধিবক্তাৰ…

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা আপত্তিজনক ভিডিঅ’ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ…

পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ; দাখিল কৰিলে সকলো প্ৰমাণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সংযোগৰ দেশদ্ৰোহী অভিযোগক আজি তীব্ৰ প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান…