Business শ্ৰদ্ধাঞ্জলি আৰু স্মৰণঃ পুলৱামা আক্ৰমণৰ ৭ বছৰত দেশবাসীৰ নতশিৰ প্ৰণাম ৪০ বীৰ জোৱানলৈ February 14, 2026 Sonakshi Sarkar সাত বছৰ আগৰ আজিৰ দিনটোতে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণে জোকাৰি গৈছিল সমগ্ৰ দেশ। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা কনভয়ক লক্ষ্য কৰি…
Business বোমা ভাবুকিৰ পত্ৰে আতংক সৃষ্টি কৰিলে কলকাতা বিমানবন্দৰত; শ্বিলং অভিমুখী বিমান লক্ষ্য February 14, 2026 Sonakshi Sarkar কলকাতাৰ পৰা শ্বিলঙলৈ উৰা মৰাৰ পূৰ্বে ইণ্ডিগোৰ এখন বিমানত বোমা থকাৰ ভাবুকিভৰা পত্ৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শনিবাৰে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কলকাতাৰ পৰা…
Assam ইতিহাস ৰচনা উত্তৰ-পূৰ্বাঞ্চলতঃ ডিব্ৰুগড়ত প্ৰথম জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ উদ্বোধন February 14, 2026 Sonakshi Sarkar উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰা হ’ল প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ইএলএফ)। নিৰ্বাচনমুখী অসম ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…
Assam দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ February 13, 2026 Paromita “নাগৰিক দেৱো ভৱঃ” – এই মূল মন্ত্ৰক বুকুত বান্ধি শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয় কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েই…
Assam বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন February 13, 2026 Paromita সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ অন্ত পৰাৰ পাছত শুকুৰবাৰে দুয়োখন সদনৰে কাৰ্যসূচী অহা ৯ মাৰ্চলৈ স্থগিত ৰাখে অধ্যক্ষই। যোৱা ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনৰ…
Assam ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য February 13, 2026 Paromita “ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!” -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ…
Assam বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন February 13, 2026 Paromita বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে বৃহৎ জয় সাব্যস্ত কৰিলেও নতুন সংসদত হিন্দু প্ৰতিনিধিৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হয়। তাৰিক ৰহমানৰ নেতৃত্বত বি…
Business ট্ৰুকলাৰ কমিউনিটিয়ে ২০২৫ চনত ভাৰতত প্ৰায় ১২০০ কোটি স্পেম কল ব্লক কৰে February 13, 2026 Business Bureau ২০২৫ চনত ভাৰতীয়সকলে ৪,০০০ কোটিতকৈ অধিক স্পেম কল লাভ কৰিছিল, যিয়ে দৈনন্দিন যোগাযোগত প্ৰৱঞ্চনা, বিঘিনি, আৰু ডিজিটেল বিপদাশংকাৰ ক্ৰমবৰ্ধমান পৰিসৰ প্ৰতিফলিত কৰিছে। ভাৰতত প্ৰতিটো ফোন কলে অৰ্থ বহন কৰে –…
Assam মালিগাঁৱত আৰ এছ এছৰ শতবৰ্ষ উদযাপন ; হিন্দু সন্মিলন February 13, 2026 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ মালিগাঁও ১ নং গেটৰ হিলচাইদ কলনীত ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ লগতে এখন হিন্দু সন্মিলন অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে সঞ্জয় দাস…
Assam ১৭ মাহ কাৰাবন্দী আৰু ১৭ বছৰ নিৰ্বাসনত থকা তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী February 13, 2026 Sonakshi Sarkar বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে বাংলাদেশৰ মূল ৰাজনৈতিক দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি ( বি এন পি)ক সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নেতৃত্ব দিয়ে। প্ৰথমবাৰতে তেওঁ বৃহৎ সফলতা অৰ্জন…