Assam ৰাজস্থানত দহ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক জব্দঃ নাগৌৰত বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ January 27, 2026 Piyali Poddar দেশত এক ভয়ংকৰ কূটাঘাতৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হ’ল ৰাজস্থান আৰক্ষী। ৰাজ্যখনৰ নাগৌৰ জিলাৰ হৰসৌৰ গাঁৱৰ এটা ফাৰ্মহাউচত অভিযান চলাই আৰক্ষীৰ এটা দলে প্ৰায় ১০,০০০ কিলোগ্ৰাম অমোনিয়াম নাইট্ৰেট আৰু অন্যান্য…
Assam বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৭ যাত্ৰীঃ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ জলপৰিবহণৰ সুৰক্ষাক লৈ হাহাকাৰ January 27, 2026 Piyali Poddar অসমৰ বৰপেটা জিলাৰ চেঙাৰ ৰহমপুৰত মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীবাহী নাও ডুবি সৃষ্টি হয় তীব্ৰ আতংকময় পৰিৱেশৰ। এই ভয়াৱহ দুৰ্ঘটনাটোত অতি কমেও সাতগৰাকী যাত্ৰী সন্ধানহীন হোৱাৰ আশংকাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ…
Business টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফৰ্চুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি তুলিছে January 27, 2026 Business Bureau বর্ধিত ঘৰুৱা খৰচ আৰু পৰিৱৰ্তিত আর্থিক অগ্রাধিকাৰৰ সম্মুখীন হোৱা গ্রাহকসকলৰ বাবে সঞ্চয়ক সহজ আৰু সুলভ কৰি তুলিবলৈ টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফচুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি…
Business এক্সিছ মিউচুৱেল ফাণ্ডৰ শেহতীয়া এনএফঅ’ৰ জৰিয়তে ভাৰতৰ শীৰ্ষ খণ্ডৰ নেতাসকলৰ মাজত বিনিয়োগ কৰক January 27, 2026 Business Bureau ভাৰতৰ আগশাৰীৰ সম্পদ ব্যৱস্থাপনা কোম্পানীসমূহৰ ভিতৰত অন্যতম এক্সিছ মিউচুৱেল ফাণ্ডে নিজৰ নতুন পুঁজি অফাৰ-এক্সিছ বিএছই ইণ্ডিয়া ছেক্টৰ লিডাৰ্ছ ইনডেক্স ফাণ্ড মুকলি কৰিছে, যি হৈছে এক মুক্ত-অন্তৰ্ভুক্ত ইণ্ডেক্স ফাণ্ড, যি বিএছই…
Business আজি বাথৌ পূজা January 27, 2026 Dipshikha আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি…
Assam শ্ৰদ্ধাঞ্জলি কাননত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ January 27, 2026 Sonakshi Sarkar “ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ল “পথ-সুৰক্ষা” বিষয়ক গুৰুত্বপূৰ্ণ অনুষ্ঠান। পথ-সুৰক্ষাৰ আহ্বানত ভয়ংকৰ পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহত-আহতৰ সংখ্যা হ্ৰাস কৰাৰ আহ্বানেৰে মহানগৰীৰ…
Sports কাইলৈ বিশাখাপট্টনমত ভাৰত-নিউজিলেণ্ডৰ চতুৰ্থ টি-২০ January 27, 2026 Sonakshi Sarkar এতিয়ালৈকে খেলখনৰ প্ৰতিটো বিভাগতে আধিপত্য বিস্তাৰ কৰা ভাৰতীয় দলটোৱে বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰিব নিবিচাৰিব আৰু দলটোৰ স্পিনাৰসকলৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰিব।…
Assam অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত আৰিনা ছাবালেংকা January 27, 2026 Sonakshi Sarkar বছৰটোৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে বিশ্বৰ ১ নং খেলুৱৈ আৰিনা ছাবালেংকাই। মঙলবাৰে কোৱাৰ্টাৰ ফাইনেলত ১৮ বছৰীয়া আমেৰিকান ইভানা জোভিকক ৬-৩, ৬-০ ত পৰাস্ত কৰে ছাবালেংকাই। এয়া…
Sports ছাৰ ড’নাল্ড ব্ৰেডমেনৰ টুপী ২.৯২ কোটি টকাত নিলাম January 27, 2026 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ ক্ৰিকেট কিংবদন্তি ছাৰ ড’নাল্ড (ডন) ব্ৰেডমেনৰ ‘বেগী গ্ৰীণ’ টুপী নিলাম কৰা হৈছে। গোল্ড কোষ্টত অনুষ্ঠিত নিলামত ৪ লাখ ৬০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰত (প্ৰায় ২.৯২ কোটি টকা) ক্ৰয় কৰিছিল এজন…
Business উধামপুৰত ত্ৰিমুখী সংঘৰ্ষ: বাছ, কাৰ আৰু বাইকৰ দুৰ্ঘটনাত তিনিজন নিহত January 27, 2026 Sonakshi Sarkar এক ভয়ংকৰ পথ দুৰ্ঘটনাত জম্মু-কাশ্মীৰের উধামপুৰৰ জখানী চক ৰোডত তিনিজন লোকৰ প্ৰাণহানি হৈছে। এই দুর্ঘটনাটো তীব্ৰ গতিতে চলা এখন যাত্ৰীবাহী বাছৰ কাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে,…