Month: January 2026

নিউয়ৰ্কত বেদান্তা গ্ৰুপৰ অধ্যক্ষৰ পুত্ৰ অগ্নিৱেশ আগৰৱালৰ অকাল মৃত্যুত শোক

পুত্ৰহাৰা পিতৃৰ এক মৰ্মান্তিক হুমুনিয়াহে সমগ্ৰ দেশৰ ব্যৱসায়িক জগতৰ লগতে সাধাৰণ ৰাইজকো স্তব্ধ কৰি তুলিছে। বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালৰ পুত্ৰ অগ্নিবেশ আগৰওয়ালৰ নিউয়ৰ্কত হৃদৰোগত আক্ৰান্ত হৈ ৪৯ বছৰত আকস্মিক…

বিশ্ব ৰাজনীতিত নতুন উত্তেজনা: ৰাছিয়াৰ তেল কিনিলে ৫০০ শতাংশ শুল্কৰ হুংকাৰ দিলে ট্ৰাম্পে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্রশাসনে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অবসান ঘটোৱাৰ উদ্দেশ্যে ৰাছিয়াৰ ওপৰত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি কৰিছে। ‘চেংকচনিং ৰাছিয়া এক্ট ২০২৫’ নামক নতুন বিধেয়কৰ জৰিয়তে,…

বৰিষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি, অসম ৰাজনীতিত শোকৰ ছাঁ

অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) খেত্ৰত এক উল্লেখনীয় শূন্যতাৰ সৃষ্টি কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুৱে। ৯৫ বছৰীয়া পুৰকায়স্থে ৫ বজাত শিলচৰ মেডিকেল কলেজত মৃত্যুবৰণ কৰে, যাৰ ফলত ৰাজ্যৰ…

২৬ জানুৱাৰীত গাঁও সভাৰ বিশেষ সংকল্প: মনৰেগা পুনৰুদ্ধাৰৰ দাবীত কংগ্ৰেছৰ কাৰ্যসূচী

কংগ্ৰেছ দল কেন্দ্ৰীয় চৰকাৰৰ নতুন গ্ৰাম্য নিয়োগ আইনবিৰোধী দেশজুৰি প্ৰতিবাদৰ পরিকল্পনা কৰিছে। ২৬ জানুৱাৰীত মনৰেগা (MGNREGA) পুনৰুদ্ধাৰৰ দাবী জাৰিত গাঁও সভাত বিশেষ প্ৰস্তাৱ গ্ৰহণৰ ইচ্ছা প্ৰকাশৰ লগতে ‘মনৰেগা বচাও সংগ্ৰাম’…

৮৫ৰ পৰা অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অসমত! এন আৰ চিক লৈ পুনৰ উচ্চতম ন্যায়ালয়লৈ যাব আছু

অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় ভোটাৰ তালিকা আৰু বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰি আজি চৰকাৰ তথা নিৰ্বাচনী ব্যৱস্থাক তীব্ৰ প্ৰত্যাহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক…

ৰাজপথত অঘৰী পশুৰ উপদ্ৰৱঃ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ দুৰ্ঘটনাৰ খবৰেৰে শুনানি আৰম্ভ

ৰাজপথত ঘূৰি ফুৰা গৰু-মহ আৰু অঘৰী কুকুৰৰ অবাধ বিচৰণে এতিয়া দেশৰ সাধাৰণ জনতাৰ লগতে শীৰ্ষ আদালতৰ ন্যায়াধীশসকলৰ নিৰাপত্তাৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথৰ বিচাৰপীঠত…

প্ৰথমবাৰৰ বাবে অসমলৈ অনা হ’ব ফিফা বিশ্বকাপৰ ট্ৰফী

অসমৰ ক্ৰীড়া ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰি বিশ্ব ফুটবলৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ আৰু বহুকাংক্ষিত ‘ফিফা বিশ্বকাপ ট্ৰফী’ প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিবলৈ সাজু হৈছে অসমৰ মাটিত। বিশ্ব ক্ৰীড়াৰ এই অনন্য প্ৰতীকৰ…

বাংলাদেশত পুনৰ হিন্দুক হত্যা

বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত…

অখিল গগৈক কটাক্ষ দিলীপ শইকীয়াৰ

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা…

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিলৰ তৎপৰতাঃ বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত চৰকাৰৰ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ গোচৰটোৱে এতিয়া এক নতুন আৰু গুৰুত্বপূৰ্ণ মোৰ লৈছে। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সেই দুৰ্ভাগ্যজনক নিশা প্ৰকৃততে কি ঘটিছিল, সেই সন্দৰ্ভত আজিও অসমবাসীৰ মনত থকা…