Month: October 2025

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী

পুৱতি নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী। বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত হয় সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা চোৰাং চিকাৰী। জানিব পৰা মতে কেইজনমান সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল বনকৰ্মীয়ে। তাৰ পিছতে নিশা…

গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক

৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল…

হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা

হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। হঠাতে পাহাৰৰ পৰা খহি পৰা ধ্বংসাৱশেষত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় এখন বাছ। দুৰ্ঘটনাত থিতাতে ১৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ…

আজি ভাৰতীয় বায়ুসেনা দিৱস

আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতি বছৰে এই দিৱসটো ৮ অক্টোবৰত পালন কৰা হয়। কিয়নো আজিৰ দিনটোতে দেশৰ অন্যতম সন্মানীয় সশস্ত্ৰ বাহিনী সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৩২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয়…

ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল

ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল। ৩ গৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল। ছুছুমু কিটাগাৱা, ৰিছাৰ্ড ৰকছন, উমৰ এম য়াঘিলৈ এই সন্মান।এইবাৰ একেলগে তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই…

পাণ্ডুঘাট বিসৰ্জন কমিটিৰ ফলাফল ঘোষণা ; ১২ অক্টোবৰত বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত কোনে কিমান শৃংখলাবদ্ধভাবে নদীত দেৱী প্ৰতিমা বিসৰ্জন দিব পাৰে তাৰ এক…

অলিম্পিক পদক বিজয়ী অমন ছেহৰাৱাটক এবছৰৰ বাবে নিষেধাজ্ঞা

পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন ছেহৰাৱাটক অতিৰিক্ত ওজনৰ বাবে ছিনিয়ৰ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। ১৩ ছেপ্টেম্বৰৰ পৰা ২১…

মহিন্দ্ৰাই মুকলি কৰিলে নতুন বলেৰ’ ৰেঞ্জৰ সৈতে আকৰ্ষণীয় নতুন ডিজাইন, উন্নীত ইণ্টেৰিঅ’ৰ আৰু অত্যাধুনিক বৈশিষ্ট্য

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে সোমবাৰে সমসাময়িক ষ্টাইল, অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰামদায়ক বাহন চলোৱাৰ সুবিধাৰ্থে উন্নীতকৃত ভেৰিয়েণ্ট সম্পূৰ্ণ কৰি নতুন বলেৰো ৰেঞ্জ মুকলি কৰিছে। নতুন বলেৰোৰ মূল্য ৭.৯৯ লাখৰ পৰা…

জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনত…

কেন্দ্ৰীয় মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটাই মস্কোত উদ্বোধন কৰিলে “ভাৰতৰ শ্ৰেষ্ঠ-ভাৰতীয় পোছাক আৰু বস্ত্ৰ মেলা”

কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটাই ১ অক্টোবৰত মস্কোত “ভাৰতৰ শ্ৰেষ্ঠ-ভাৰতীয় পোছাক আৰু বস্ত্ৰ মেলা” উদ্বোধন কৰি ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰ খণ্ডৰ শক্তি আৰু সৃষ্টিশীলতাৰ ওপৰত আলোকপাত কৰে। ১ অক্টোবৰৰ…