Month: September 2025

নিছানে ৱাৰেণ্টী সুৰক্ষাৰ সৈতে ই-২০-কম্পেটিবল মেগনাইট নিশ্চিত কৰিছে

নিছান মটৰ ইণ্ডিয়াই এক বিকল্প ইন্ধন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা চৰকাৰৰ পদক্ষেপসমূহৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখে আৰু সমৰ্থন কৰি আহিছে। আমি নিৰন্তৰ পণ্য উদ্ভাৱন…

চনী ইণ্ডিয়াই মুকলি কৰিছে ‘অব কুচ চিনেমেটিক কৰতে হ্যে’ অভিযান

চনী ইণ্ডিয়াই সোমবাৰে মুকলি কৰিলে নতুন প্ৰচাৰ অভিযান ‘অবকুচ চিনেমেটিক কৰতে হ্যে’, যাৰ লক্ষ্য হৈছে স্থানীয় বিবাহৰ ফটো আৰু ভিডিঅ’সমূহক নিজৰ নিজৰ কলাৰে চিনেমাৰ মানদণ্ড প্ৰদানৰ বাবে শক্তিশালী কৰা। ভাৰতীয়…

মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত পাপুয়া নিউগিনিৰ স্বাধীনতাৰ ৫০ বছৰ উদযাপন

আজি প’ৰ্ট ম’ৰেছবিৰ ইণ্ডিপেণ্ডেন্স হিলত পাপুৱা নিউগিনিৰ ৫০ সংখ্যক স্বাধীনতা দিৱসৰ বিশাল অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভাৰতক প্ৰতিনিধিত্ব কৰে। এই অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰী মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰী জেমছ…

অনন্যা পাণ্ডে আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে “এভ্ৰিৱান’ছ ইন”  অভিযান আৰম্ভ কৰিছে আমেৰিকান টুৰিষ্টাৰে

দেশৰ আগশাৰীৰ ট্ৰেভেল গিয়েৰ ব্ৰেণ্ড আমেৰিকান টুৰিষ্টাৰে যুৱ শক্তি, অন্তৰ্ভুক্তি আৰু ভাগ-বতৰা কৰা অভিজ্ঞতাৰ আনন্দ উদযাপন কৰি নিজৰ স্পন্দনশীল নতুন প্ৰচাৰ অভিযান “এভ্ৰিৱান’ছ ইন” আৰম্ভ কৰিছে। জনিতা গান্ধী আৰু সিদ্ধান্ত…

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত…

ইচ্ছাকৃতভাৱে কংগ্ৰেছ ভোটাৰৰ নাম কৰ্তন কৰিছে নিৰ্বাচন আয়োগে: ৰাহুল গান্ধীৰ অভিযোগ

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগক লৈ দ্বিতীয়বাৰৰ বাবে সংবাদমেল সম্বোধন কৰে। ইয়াৰ পূৰ্বে তেওঁ ৭ আগষ্টত সংবাদ মেল সম্বোধন কৰে। ৰাহুল গান্ধীয়ে উপস্থাপনৰ…

“পাৰ্কিনছনৰ সজাগতা: ডিবিএছ থেৰাপীৰ অগ্ৰগতি আৰু কেতিয়া এজন লোকে গতিশীলতা বিকাৰগ্ৰস্ততা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে”

হায়দৰাবাদ(হাইটেক চিটী)স্থিত যশোদা হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা, স্নায়ু বিশেষজ্ঞ আৰু পিডিএমডিআৰচিৰ প্ৰগ্ৰেম ডাইৰেক্টৰ প্ৰফেচাৰ ডাঃ ৰূপম বৰগোহাঁই এই বিষয়ে সহজ ভাষত কয় যে, গতিবিধিক প্ৰভাৱিত কৰা এটা দীৰ্ঘদিনীয়া স্নায়ুজনিত অৱস্থা, পাৰ্কিনছন…

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও…

আজি বিশ্বকৰ্মা পূজা

আজি বিশ্বকৰ্মা পূজা। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে।বিশ্বকৰ্মা পূজা প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়।…

ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা

মাতা বৈষ্ণো দেৱী ধামত পুনৰপ্ৰতিধ্বনিত হৈছে ‘জয় মাতা দি’ ধ্বনি। ৩ সপ্তাহৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা। একেৰাহে ২২ দিন বন্ধ হৈ থকা মা বৈষ্ণো দেৱী…