Month: September 2025

গুৱাহাটীত জেএছডব্লিউ গ্ৰুপে অসম চৰকাৰৰ সহযোগত নিৰ্মাণ কৰিব বিশ্ব মানদণ্ডৰ ঐতিহ্য সংগ্ৰহালয়

দেশৰ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ অন্যতম বৃহৎ কৰ্পৰেট প্ৰচাৰক জেএছডব্লিউ গ্ৰুপে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীত এটা অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰিব। বিশ্ব মানদণ্ডৰ সংগ্ৰহালয়টোত সপ্তদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত…

পূব ভাৰতৰ বৃদ্ধি আচবাব আৰু মেট্ৰেছৰ বজাৰখন মুকলি কৰিবলৈ কলকাটাউড ২০২৫

পূব ভাৰতৰ কাঠৰ সামগ্ৰী, আচবাব আৰু মেট্ৰেছ নিৰ্মাণ সম্বন্ধীয় প্ৰথমখন বৃহৎ পৰিসৰৰ প্ৰদৰ্শনী কলকাতাউড ২০২৫ অহা ১২–১৪ ছেপ্টেম্বৰলৈ কলকাতাৰ বিশ্ব বাংলা মেলাপ্ৰংগনত অনুষ্ঠিত হ’ব। নুৱেৰ্নবাৰ্গ মেছে ইণ্ডিয়াৰ দ্বাৰা আয়োজিত এই…

ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বৃদ্ধিৰ লালন-পালনৰ বাবে গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলে লাভ কৰে শীৰ্ষ বঁটা

২০১৮ চনত প্ৰতিষ্ঠিত আৰু গুৱাহাটীৰ সেউজ পাহাৰৰ নিৰ্মল পৰিৱেশত অৱস্থিত দ্য গ্ৰীণ স্কুল ইণ্টাৰন্যেশনেলে শেহতীয়াকৈ ২৯ আগষ্ট, ২০২৫ত ভিভান্তাত অনুষ্ঠিত হৈ যোৱা ইকনমিক টাইমছ ইণ্ডাষ্ট্ৰী লিডাৰ্ছ নৰ্থ ইষ্ট ২০২৫ত লাভ…

দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এন আই আৰ এফ ৰেংকিং ২০২৫।এইবাৰো মহাবিদ্যালয় শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) মহাবিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰৰ দৰে এইবাৰো হিন্দু কলেজে শীৰ্ষস্থান দখল কৰিছে। একে…

আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে

দেওবাৰে নিশা আফগানিস্তানত হোৱা ভূমিকম্পত ১৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে…

আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক

ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক। হালাকুৰাৰ সোণাখুলি প্ৰথম খণ্ড গাঁৱত চলিছিল অভিযান। পুৱতিনিশা হামিদ আলী ওৰফে ধুল্লাৰ ঘৰত অভিযান চলাইছিল গোলকগঞ্জ…

আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস।…

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন…

কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি

কৰ্দৈ হৈছে এক উপকাৰী ফল, যাৰ বহু স্বাস্থ্যগত উপকাৰিতা আছে, যেনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰা, ওজন কমাবলৈ সহায় কৰা, হজম শক্তি বৃদ্ধি কৰা, আৰু শৰীৰক পানী…

‘কা’ৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব আবেদনৰ সময় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰি ভাৰতলৈ অহা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ অমুছলমানক কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সকাহ দিছে। গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশত কয় যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু,…