Business ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন August 19, 2025 Dipshikha অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ইতিমধ্যে শাসকীয় এন ডি এই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক। কিন্তু বিৰোধী পক্ষই কাক প্ৰক্ষেপ কৰিব, তাক লৈ সৃষ্টি হৈছিল…
Business মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ August 19, 2025 Dipshikha মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি তেওঁলোক আটাইকে…
Business বহু গুণৰে সমৃদ্ধ সকলোৰে প্ৰিয় আলু August 19, 2025 Dipshikha আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ। জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা…
Business মহাবল চিমেণ্টৰ সৈতে সংযোগ অস্বীকাৰ আদানী গ্ৰুপৰ; অসমত আদানী গ্ৰুপৰ বাবে ভূমি আবণ্টনৰ দাবী “ভিত্তিহীন” August 19, 2025 Business Bureau অসম চৰকাৰে ডিমা হাচাও জিলাত ৩,০০০ বিঘা মাটি আবণ্টন দিয়া বুলি দাবী কৰি প্ৰচাৰিত বাতৰিৰ বিৰুদ্ধে সোমবাৰে আদানী গ্ৰুপে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।আহমেদাবাদৰ পৰা সংবাদ মাধ্যমৰ বিবৃতিত আদানী গ্ৰুপে স্পষ্ট কৰি…
Business ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বিকাশৰ বাবে শিক্ষা খণ্ডত পুঁজি বৃদ্ধিৰ বাবে ভিআইটিৰ আচাৰ্যৰ আহ্বান August 19, 2025 Business Bureau ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজি(ভিআইটি)ৰ আচাৰ্য ড০ জি বিশ্বনাথনে ২০৪৭ৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে শিক্ষাৰ বিকাশ অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰে। বিশ্বনাথনৰ নেতৃত্বত আজি অনুষ্ঠিত ভিআইটিৰ ৪০…
Business এক অনাকাংক্ষিত ঘটনা August 18, 2025 Dipshikha এক অনাকাংক্ষিত ঘটনা। জি এম চি এইচত বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। এই ঘটনাই চিকিৎসা মহাবিদ্য়ালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটি NICU ত ভৰ্তি হৈ আছিল।জানিব পৰা মতে,…
Business এক ভয়ংকৰ পথ দুৰ্ঘটনা August 18, 2025 Dipshikha এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা আৰক্ষী বিষয়াই। জানিব পৰা মতে, এটা কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই ৰিছা শৰ্মা নামৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে। উপ-পৰিদৰ্শকগৰাকীয়ে কৰ্তব্য শেষ কৰি ঘৰলৈ…
Business নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে August 18, 2025 Dipshikha নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে। বিশেষকৈ ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে শেহতীয়া কিছুদিনত নক্সালবাদৰ বিৰুদ্ধে জোৰদান অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক বৰ্ষৰ মাৰ্চ…
Business আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ August 18, 2025 Dipshikha উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত ।আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৰাণানগৰ, হাটিডুবি, দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত চলিব…
Business আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ August 18, 2025 Dipshikha আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ । সেয়েহে ৰাজ্যৰ প্ৰতিটো নামঘৰতেই সকলোৰে মাজত আৰম্ভ হৈছে ভীষণ ব্য়স্ততা । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে…