Business গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ভাৰতৰ ৰাসায়নিক উদ্যোগত উদ্ভাৱন কৰে August 22, 2025 Business Bureau গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ভাৰতৰ ৰাসায়নিক উদ্যোগত উদ্ভাৱন, বহনক্ষমতা আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামৰ্থ্যৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰি ৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান দিৱস সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰে। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ (কেমিকেলছ) আৰু এষ্টেক…
Assam পাণ্ডুনাথ দেৱালয়ত গণেশ চতুৰ্থীৰ আয়োজন August 21, 2025 Sonakshi Sarkar গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগণত বিগত বছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী পাণ্ডু গণেশ চতুৰ্থী উদযাপন সমিতিৰ উদ্যোগত অহা ২৭ আগষ্টত গণেশে চতুর্থী উদযাপনৰ আয়োজন কৰা হৈছে। পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ…
Business গুৱাহাটীত গোড্ৰেজৰ শেহতীয়া স্মাৰ্ট নিৰাপত্তাৰ উদ্ভাৱনেৰে নিজৰ স্থান সুৰক্ষিত কৰক August 20, 2025 Business Bureau অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান নিৰাপত্তা বজাৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি গুৱাহাটীত গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ চিকিউৰিটী চল্যুচন বিভাগে গুৱাহাটীত প্ৰযুক্তি সক্ষম প্ৰিমিয়াম হোম লকাৰৰ শেহতীয়া ৰেঞ্জ মুকলি কৰিছে। ইতিমধ্যে হোম লকাৰ…
Business এছবিআই লাইফ মুকলি কৰিছে ‘স্মাৰ্ট শ্বিল্ড প্লাছ’ August 20, 2025 Business Bureau গ্ৰাহকৰ পৰিৱৰ্তিত সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে ভৱিষ্যতৰ বাবে সাজু টাৰ্ম বীমা পৰিকল্পনা ‘এছবিআই লাইফ ইঞ্চুৰেন্স’ মুকলি কৰিছে ‘এছ বি আই লাইফ – স্মাৰ্ট শ্বিল্ড প্লাছ’। ব্যক্তিগত, অ-সংযুক্ত, অ-অংশগ্ৰহণকাৰী, বিশুদ্ধ বিপদাশংকা…
Business যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান August 20, 2025 Dipshikha যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে।দ্বিতীয়…
Business এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ দ্বিতীয় ঘটনা August 20, 2025 Dipshikha এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ এইটো দ্বিতীয় ঘটনা। বিগত বৰ্ষৰ আগষ্ট মাহতো মৰিগাঁও কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। সেই ঘটনাৰ প্ৰায় ১০ মাহ পাছত পুনৰ সংঘটিত…
Business GMCHত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে August 20, 2025 Dipshikha GMCHত চিকিৎসালয়ত থকা সদ্যজাত কেঁচুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।ঘটনাৰ পিছতে উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালখনৰ ১১জন অস্থায়ী ট্ৰলী পুলাৰক। ঘটনা সন্দৰ্ভত…
Business উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ August 20, 2025 Dipshikha প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাৰ উপস্থিতিত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বুধবাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে…
Business জিয়মি ইণ্ডিয়াই ১৪,৯৯৯ টকাত মুকলি কৰিলে ৰেডমি ১৫ ৫জি August 20, 2025 Business Bureau বিশ্বব্যাপী উদ্ভাৱনৰ ১৫ বছৰ আৰু ভাৰতত ১১ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে জিয়মি ইণ্ডিয়াই মুকলি কৰিছে ৰেডমি১৫ ৫জি। নতুন মোবাইলটো শক্তি, পৰিৱেশন আৰু ষ্টাইলৰ সংমিশ্ৰণ, যি আজিৰ সংযুক্ত গ্ৰাহকৰ বাবে ডিজাইন…
Business উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া August 19, 2025 Dipshikha এইবাৰ উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া। পেঞ্চনৰ কামৰ বাবে উৎকোচ বিচাৰিছিল নগাঁও জিলাৰ লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আহমেদ লস্কৰে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে…