Month: July 2025

ঢাকা বিমান দুৰ্ঘটনাৰ পিছত বাংলাদেশলৈ ভাৰতৰ চিকিৎসা সহায়

বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভুক্তভোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে চিকিৎসা…

সম্পূৰ্ণ ডিজাইন আৰু সুবিধাৰে সমৃদ্ধি অল নিউ ৰেনল্ট ট্ৰাইবাৰৰ আত্মপ্ৰকাশ

ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিছে সম্পূৰ্ণ নতুন ট্ৰাইবাৰ – ভাৰতৰ আটাইতকৈ অভিনৱ ৭খন আসনৰ গাড়ী। এই ট্ৰাইবাৰ নতুন আৰু আধুনিক ডিজাইন পৰিভাষাৰ…

বিশ্বৰ আটাইতকৈ শক্তিশালী ছিংগাপুৰৰ পাছপ’ৰ্ট

হেনলি পাছপ’ৰ্ট সূচকাংকত ভাৰতে বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱা ছমাহত ভাৰতে ৮৫ নং স্থানৰ পৰা ৭৭ নম্বৰলৈ উন্নীত হৈছে। এখন দেশৰ পাছপ’ৰ্টধাৰীয়ে ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে তাৰ…

আগষ্টৰ শেষৰ ফালে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন

আগষ্টৰ শেষৰ ফালে দেশবাসীয়ে নতুন উপ-ৰাষ্ট্ৰপতি লাভ কৰিব পাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা ৭২ ঘন্টাত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ পাব পাৰে। নিৰ্বাচন আয়োগে বুধবাৰে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জানিবলৈ…

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা হ’ব।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োটা সদনত ১৬-১৬ ঘণ্টাকৈ বিতৰ্কৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। ২১ জুলাইৰ পৰা আৰম্ভ হৈছিল…

কাইলৈ পৰা মানচেষ্টাৰত ভাৰত-ইংলেণ্ডৰ চতুৰ্থ টেষ্ট

যোৱা মেচখনত পৰাজয় আৰু একাংশ গুৰুত্বপূৰ্ণ খেলুৱৈৰ আঘাতৰ মাজতো ভাৰতীয় দলটোৱে শৃংখলাত পুনৰ উভতি আহি কাইলৈ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট ক্ৰিকেটত জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। এইবাৰ ভাৰতৰ…

বিশেষ সমাৱৰ্তনত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক সম্বৰ্ধনা সংস্কৃতি বিশ্ববিদ্যালয়ৰ

সাংস্কৃতি ইউনিভাৰ্চিটীত আজি আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ দীক্ষান্ত সমাৰোহ (Convocation) অনুষ্ঠিত হয়। এই গৌৰৱোজ্জ্বল অনুষ্ঠানত নামিবিয়া, মিয়ানমাৰ, জিম্বাবৱে, টাঞ্জানিয়া, ঘানা আৰু ছুদান আদিৰ পৰা অহা ৩৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে…

টিভিএছ মটৰ কোম্পানীয়ে আগবঢ়াইছে ২০২৫ টিভিএছ আপাচি আৰটিআৰ ৩১০, ৰাজপথৰ সৰ্বোত্তম অস্ত্ৰ

টিভিএছ মটৰ কোম্পানীয়ে ধ্বজাবাহী নেকড ষ্ট্ৰীট বাইকৰ ২০২৫ বৰ্ষৰ সংস্কৰণ টিভিএছ আপাচি আৰটিআৰ ৩১০ মুকলি কৰিছে, যিয়ে অত্যাধুনিক প্ৰযুক্তি, বলিষ্ঠ ষ্টাইল আৰু ছেগমেণ্টৰ প্ৰথম বৈশিষ্ট্যৰে পথৰ প্ৰদৰ্শনক ন ৰূপত সংজ্ঞায়িত…

বিধাসভাই গৃহীত বিধেয়কৰ সময়সীমাকলৈ কেন্দ্ৰ-ৰাজ্যৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

বিধাসভাই গৃহীত বিধেয়কসমূহৰ ওপৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰি নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্সৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ বি…

গুৱাহাটীলৈ ক্ৰোমাৰ দুইটা নতুন ষ্টোৰৰ শুভাৰম্ভ

টাটা গ্ৰুপৰ ভাৰতৰ প্ৰথম আৰু বিশ্বাসী অম্নি-চেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰমাই গুৱাহাটীৰ ভিআইপি ৰোড আৰু লখৰাত দুখন নতুন ষ্টৰ মুকলি কৰি অসমত নিজৰ উপস্থিতি শক্তিশালী কৰিছে, যি ব্ৰেণ্ডটোৰ আঞ্চলিক সম্প্ৰসাৰণত…