Month: June 2025

ৰাণীত চি আৰ পি এফৰ উদ্যোগত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত সজাগতা সভা

আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত আৰু ৰাণী হাইস্কুলৰ…

কেৰিয়াৰৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ক্রিষ্টিয়ানো ৰোনাল্ডো

অভিলেখ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে৷ কেৰিয়াৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিব বাবে তেওঁ এইবাৰ ক্লাব বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰিলে। তেওঁ কয় যে এইটো তেওঁৰ বাবে দীঘলীয়া ছিজন আৰু…

গুৰগাঁওস্থিত মেডাণ্ট হাস্পতালে কহিমাত আয়োজন কৰে ৩ দিনীয়া চিকিৎসা শিবিৰৰ সফল সমাপ্তি

নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট– মেডিচিটীয়ে ২০২৫ চনৰ ২৭ জুনত কহিমাত ৩ দিনীয়া বহুবিশেষ চিকিৎসা শিবিৰৰ সমাপ্তি ঘটিছে। নাগালেণ্ড চৰকাৰৰ…

ৰেইজ মট’ৰ সহযোগত আইএছআৰএল ফেন পাৰ্ক মুকলি কৰাৰ কথা ঘোষণা আইএছআৰএলৰ

ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ চলিত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে দ্বিতীয় ছিজনৰ সময়ছোৱাত ৰেইজ মট’ই উপস্থাপন কৰিব লগা আইএছআৰএল ফেন পাৰ্ক মুকলি কৰি ভাৰতত মটৰস্প’ৰ্ট সংস্কৃতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব। এই ৰেচক…

চনী ইণ্ডিয়াই বহু প্ৰত্যাশিত ব্ৰেভিয়া ৫ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

চনী ইণ্ডিয়াই বহুচৰ্চিত আইকনিক ব্ৰাভিয়া টেলিভিছন সূচীত শেহতীয়াকৈ সংযোজন কৰা বহু প্ৰত্যাশিত ব্ৰেভিয়া ৫ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন টিভিটো ঘৰুৱা মনোৰঞ্জনক পুনৰ সংজ্ঞায়িত কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা হৈছে,…

ভি-এ নেটফ্লিক্সৰ সৈতে মুকলি কৰিছে মেক্স ফেমিলী প্লেন

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ ৮৭১ টকাত নতুন ভি মেক্স ফেমিলি পোষ্টপেইড প্লেন মুকলি কৰিছে, য’ত উদ্যোগটোৰ সৰ্বাধিক মাহেকীয়া ডাটা কোটা আৰু নেটফ্লিক্স বেচিক চাবস্ক্ৰিপচনকে ধৰি অতুলনীয় অ’টিটি ভাণ্ডাৰ প্ৰদান…

দোৰোণ বনৰ উপকাৰীতা জানেনে

দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা, তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি ৷ ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ৷ গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে…

আলমণ্ডৰ পৰা হালধিলৈ: ৪ বিধ দৈনন্দিন খাদ্য, যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত কৰে সহায়

নতুন দিল্লীৰ মেক্স হেল্থকেয়াৰৰ আঞ্চলিক ডায়েটেটিক্স বিভাগৰ মুৰব্বী ঋত্বিকা সমাদ্দাৰে জনোৱা অনুসৰি, দৈনন্দিন খাদ্যৰ বাচনিৰ জৰিয়তে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিলে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা যথেষ্ট পৰিমাণে হ্ৰাস পাব পাৰে। বিশেষজ্ঞগৰাকীয়ে…

শিৱসাগৰবাসীৰ বাবে ভাল খবৰ

অৱশেষত বন্ধ হ’ল শিৱসাগৰৰ গেছ নিৰ্গমন। যোৱা দুসপ্তাহ ধৰি ONGC ৰ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। বহু প্ৰচেষ্টাৰ অন্তত আজি এই গেছ নিৰ্গমন বন্ধ হয়।প্ৰায় ২টা সপ্তাহ ধৰি…

পুনৰ চলিব উচ্ছেদ

লখিমপুৰত চলিব এক বৃহৎ উচ্ছেদ অভিযান । যাৰ বাবে প্ৰশাসনে সাজু কৰিছে আৰক্ষী, চি আৰ পি এফ কমাণ্ডো । মাথোঁ এদিনৰ পাছতে এটা বৃহৎ গ্ৰেজিং বেদখলদাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ…