Month: May 2025

২০৩১ৰ সংস্কৰণৰ পৰা মহিলা বিশ্বকাপত অংশগ্ৰহণ দলৰ সংখ্যা ৪৮লৈ বৃদ্ধিত অনুমোদন ফিফাৰ

ফিফা কাউন্সিলৰ বৈঠকৰ অন্তত শুকুৰবাৰে ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ’চিয়েশ্যনে ঘোষণা কৰে যে তেওঁলোকে ২০৩১ চনৰ সংস্কৰণৰ পৰা মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা দলৰ সংখ্যা ৩২ৰ পৰা ৪৮লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত…

বেলুছ লিবাৰেশ্যন আৰ্মীয়ে শেষ কৰিব পাকিস্তানক

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এক ডাঙৰ ঘোষণা কৰিছে। উল্লেখ্য যে, বি এল এ দশক দশক ধৰি স্বাধীন বেলুচিস্তানৰ দাবী জনাই আহিছে।ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পাছতে…

উন্নত বৈশিষ্ট্য আৰু নমনীয়তাৰে ইভিৰ মালিকীস্বত্বত বৈপ্লৱিক পৰিৱৰ্তন আনিছে এম জি উইণ্ডচৰ প্ৰ’ই

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিছে এমজি উইণ্ডচৰ প্ৰ’, যিয়ে নতুন প্ৰযুক্তি আৰু সুৰক্ষা সুবিধাসমূহ অন্তৰ্ভুক্ত কৰি বিজনেছ ক্লাছৰ ভ্ৰমণ অভিজ্ঞতাক উন্নীত কৰিছে, লগত প্ৰদান কৰা হৈছে নতুন ৫২.৯ কিলোৱাট…

২০২৫ বিত্তীয় বৰ্ষৰ বাবে অভিলেখসংখ্যক ১,৮৩৩ কোটি টকাৰ ব’নচ ঘোষণা বাজাজ এলিয়াঞ্জ লাইফৰ, ১১.৭ লাখতকৈ অধিক পলিচিহল্ডাৰ হ’ব লাভৱান 

ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়ানজ লাইফ ইঞ্চুৰেন্সে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাবে ১,৮৩৩ কোটি টকাৰ অভিলেখসংখ্যক ব’নচ ঘোষণা কৰিছে, যি আজিলৈকে সৰ্বাধিক বানচ। বিত্তীয় বৰ্ষ ২০২৪ চনত…

ভাৰতে ধ্বংস কৰিলে লাহোৰৰ এয়াৰ ডিফেন্স ব্যৱস্থা

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও স্থানত চলোৱা সামৰিক আক্ৰমণত পাকিস্তান জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ ৷পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ…

কেলিফৰ্নিয়া আলমণ্ড ইণ্ডিয়াত গতি লাভ কৰিছে আজিৰ মাতৃ দিৱসত, গুৱাহাটীতো চাহিদা বৃদ্ধি পাচ্ছে

মাতৃসকলে প্ৰতিদিনে দিয়া অন্তহীন মৰম, যত্ন আৰু অপৰিসীম শক্তিক কেৱল এটা দিনেই সঁচা অৰ্থত প্ৰতিফলিত কৰিব নোৱাৰে। আমি খাইছো নে নাই বুলি সোধাৰ পৰা আৰম্ভ কৰি সকলোৱে ঠিকেই আছে নে…

ছানফিষ্ট ডাৰ্ক ফেণ্টাচিৰ “ফেণ্টাচি জৰুৰী হ্যে” অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈছে শ্বাহৰুখ খান

বলীউড তাৰকা শ্বাহৰুখ খানৰ সহযোগত ছানফিষ্ট ডাৰ্ক ফেণ্টাচিয়ে ফেণ্টাচিৰ ৰূপান্তৰশীল শক্তিক উদযাপন কৰি শেহতীয়া অভিযান “ফেণ্টাচি জৰুৰী হ্যে” আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী গীতিকাৰ স্বানন্দ কিৰকিৰেই লিখা এটা জনপ্ৰিয় কবিতাই…

অপাৰেচন সিন্দূৰ: ভাৰতৰ সিধান্তমূলক কাৰ্য্যপন্থা সন্ত্রাসবাদৰ বিৱৰ্তনবিধানত যোগ্য গ্ল’বেল প্ৰতিক্ৰিয়া

শেহতীয়া পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সবল প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে মঙলবাৰে পুৱাৰ ভাগত পাকিস্তানৰ ভূমিত থকা ৯টা সন্ত্ৰাসবাদী শিবিৰত ২৪টা নিখুঁত আক্ৰমণ সংঘটিত কৰি সূচনা কৰিলে অপাৰেচন সিন্দূৰৰ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে দৃঢ়তাৰে কয়…

ভি-এ উদ্যোগৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰোমিং(আইআৰ) পেক মুকলি কৰিছে

ভাৰতৰ পৰা ১,৭৫,০০০ৰো অধিক হজযাত্ৰীয়ে চলিত বৰ্ষত ছৌদি আৰৱত হজযাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি(ভোডাফোন আইডিয়াই)-এ উদ্যোগৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰোমিং(আইআৰ) পেক মুকলি কৰিছে, এই বিশেষ পেকসমূহে…

দক্ষ কৰ্মশক্তি বিকাশৰ বাবে গোদ্ৰেজ ফাউণ্ডেচনে জিএটিআইৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰে

ভাৰতক দক্ষ প্ৰতিভাৰ বিশ্বব্যাপী হাব হিচাপে গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গড্ৰেজ ফাউণ্ডেচনে দ্য কনভাৰ্জেন্স ফাউণ্ডেচন আৰু উদ্যোগৰ নেতা মনীষ সভাৰৱালৰ সহযোগত গ্লবেল এক্সেছ টু টেলেণ্ট ফ্ৰম ইণ্ডিয়া (গটি)…