Business বিষাক্ত সুৰাই কাল হ’ল ১২জনকৈ লোকৰ May 14, 2025 Dipshikha বিষাক্ত সুৰা সেৱনৰ ফলত সংঘটিত হল ভয়ংকৰ ঘটনা। ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত ৫জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই ঘটনা সংঘটিত হৈছে অমৃতসৰৰ মাজিঠা অঞ্চলত।আৰক্ষীয়ে সদৰি…
Business কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড মুকলি কৰিছে May 14, 2025 Business Bureau কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে ইকুইটি, ঋণ আৰু বহুমূলীয়া ধাতুৰ ইটিএফৰ মাজেৰে কৌশলগত বিনিয়োগৰ জৰিয়তে বিপদাশংকা আৰু পুৰস্কাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে মুকলি কৰিলে এক মুক্ত-সমাপ্ত আঁচনি কানাৰা ৰোবেকো মাল্টি…
Assam ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন May 14, 2025 Sonakshi Sarkar বিগত বছৰৰ দৰে এইবাৰো ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ পেঞ্চনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ…
Business গোদৰেজ কনজিউমাৰ প্ৰডাক্টছ নেতৃত্ব ৱিকাশৰ বাবে নতুন শ্ৰেণীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে May 14, 2025 Business Bureau গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ পেট কেয়াৰ(জন্তুৰ যতন), বডী ৱাশ্ব, লিকুইড ডিটাৰজেণ্ট, ডিঅ’ডৰেণ্ট, এয়াৰ ফ্ৰেছনাৰ আৰু যৌন সুস্থতাকে ধৰি চাহিদা বৃদ্ধি পোৱা শেহতীয়া শিতানসমূহৰ দিশে নিজৰ দৃষ্টি নিবদ্ধ কৰিছে। খাদ্যৰ মুদ্ৰাস্ফীতি…
Business নতুন চমকপ্ৰদ সংকলনৰ সৈতে গুৱাহাটীত ২০০+ হেয়াৰ ষ্টাইলিষ্টক উন্নীতকৰণ গড্ৰেজ প্ৰফেচনেলৰ May 14, 2025 Business Bureau অসমৰ পেছাদাৰী চুলিৰ যতন খণ্ডলৈ এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি গড্ৰেজ প্ৰফেচনলে নিজৰ নতুন ছাৰিল কলেকচন আৰু ষ্ট্ৰেইট স্মুথ পৰিসৰসমূহ প্ৰদৰ্শন কৰি গুৱাহাটীত ২০০ৰো অধিক হেয়াৰ ষ্টাইলিষ্টক প্ৰশিক্ষণ প্ৰদান কৰিলে।…
Business নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ May 13, 2025 Dipshikha জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই সংঘৰ্ষত নিহত হৈছে তিনি সন্ত্ৰাসবাদী ।বহু ঠাইত এতিয়াও নিৰাপত্তাবাহিনীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সোমবাৰে…
Business মাতৃ দিৱসৰে সংগতি ৰাখি টাইটান ৱৰ্ল্ডে সমগ্ৰ ভাৰততে মুকলি কৰিছে একচেটিয়া সুগন্ধি নিৰ্মাণৰ অভিজ্ঞতা May 12, 2025 Business Bureau সুগন্ধিৰ স্মৃতি জাগ্ৰত কৰাৰ এক শক্তিশালী ক্ষমতা আছে আৰু বহুতোৰ বাবে এগৰাকী মাতৃৰ সুবাস আটাইতকৈ প্ৰিয়-আৰামদায়ক আৰু চিৰস্থায়ী হৈ থাকে। এই মাতৃ দিৱসত টাইটান ৱৰ্ল্ডে আপোনাক সেই আদৰৰ বন্ধনক সন্মান…
Business ডব্লিউঅ’এল৩ডি মুদ্ৰণক গ্ৰাহকসকলৰ নিকটত কঢ়িয়াই আনে ৰাষ্ট্ৰীয় অভিজ্ঞতা কেন্দ্ৰসমূহৰ বিস্তাৰৰ সৈতে May 12, 2025 Business Bureau ভাৰতত ৩ডি প্ৰিণ্টিঙক গণতান্ত্ৰিক কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে ৩ডি প্ৰিণ্টিং খণ্ডৰ আগশাৰীৰ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান ডব্লিউঅ’এল৩ডি-এ ভাৰতৰ ৫খন চহৰত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰিছে — পুনে, আহমেদাবাদ,…
Business গুজৰত ট্ৰেইলব্লেজাৰ্ছৰ দ্বাৰা ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ চিজন ২ May 12, 2025 Business Bureau ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ বহু প্ৰত্যাশিত ছিজন ২ৰ বাবে সাজু হোৱাৰ সময়তে লীগৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰেঞ্চাইজি গুজৰাট ট্ৰেইলব্লেজাৰ্ছে কেইবাটাও ব্ৰেণ্ড সংস্থাক অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰিছে, যিয়ে লীগৰ সম্প্ৰসাৰিত সাংস্কৃতিক আৰু…
Sports ১৬ বা ১৭ মে’ৰ পৰা পুনৰ আইপিএল আৰম্ভ হোৱাৰ সম্ভাৱনা May 12, 2025 Sonakshi Sarkar ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাতৰ বাবে স্থগিত কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ১৬ বা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব পাৰে আৰু ফাইনেল কলকাতাৰ পৰা স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। শনিবাৰে…