Month: March 2025

জক’ভিচক পৰাস্ত কৰি মিয়ামি অ’পেনৰ চেম্পিয়ন জাকুব মেনচিক

চেক গণৰাজ্যৰ তাৰকা জাকুব মেনচিকে ছাৰ্বিয়ান টেনিছৰ তাৰকা ন’ভাক জক’ভিচক পৰাস্ত কৰি মিয়ামি অ’পেন খিতাপ জয় কৰে। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত পুৰুষৰ একক ফাইনেলত মেনচিকে ৭-৬, ৭-৬ ছেটত বিজয়ী হয়।…

অসমত মীন পালন খণ্ডৰ বিকাশ আৰু জীৱিকাৰ উন্নয়নৰ বাবে ২০৯ কোটি টকাৰ ঋণ প্ৰদান জাইকাৰ

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন পালন সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধি তথা…

ফুলকবিৰ উপকাৰীতাৰ বিষয়ে জানেনে

শৰীৰ সুস্থ ৰাখিবলৈ সেউজীয়া শাক- পাচলি গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। ভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এই সেউজীয়া শাক – পাচলি সমূহৰ নিয়মীয়া ব্যৱহাৰে আমাৰ শৰীৰক ভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আৰু…

৩০ মাৰ্চত দিল্লী কেপিটেলছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ বিৰুদ্ধে এক অত্যাশ্চৰ্য জয় আৰু ভাৰতৰ উইকেটকিপাৰ বেটছমেন কে এল ৰাহুলৰ প্ৰত্যাৱৰ্তনৰ সৈতে দিল্লী কেপিটেলছে দেওবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে এই ফৰ্ম বজাই ৰাখিব…

নিছান মটৰ ইণ্ডিয়াই ৫-আসনৰ চি-এছইউভি আৰু ৭-আসনৰ বি-এমপিভি মুকলি কৰিব বিত্তীয় বৰ্ষ ২৫ আৰম্ভ কৰিব

নিছান মটৰ ইণ্ডিয়াই ভাৰতত দুখন নতুন বাহন মুকলিৰ পৰিকল্পনাৰ কথা সদৰি কৰি দেশৰ প্ৰতিযোগিতামূলক অটোম’বাইল বজাৰত নিজৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। জাপানৰ য়োকোহামাত অনুষ্ঠিত হোৱা নিছানৰ গ্ল’বেল প্ৰডাক্ট…

জীৱন বীমাৰ অতীৱ প্ৰয়োজন: বাজাজ এলিয়াঞ্জৰ বীমা সমীক্ষাত দেখা গৈছে যে ৮১% ভাৰতীয়ৰ পৰ্যাপ্ত জীৱন বীমাৰ সুবিধাৰ অভাৱ

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ শেহতীয়া ‘আণ্ডাৰইঞ্চুৰেন্স চাৰ্ভে ২০২৫’ শীৰ্ষক সমীক্ষাত প্ৰকাশ পাইছে যে আৰ্থিক সুৰক্ষাৰ বাবে বাৰ্ষিক আয়ৰ ১০ গুণতকৈও কম জীৱন বীমা কভাৰেজ যথেষ্ট বুলি ৮১% ভাৰতীয়ই বিশ্বাস কৰে।…

ছাৰ্ভাইকেল কেন্সাৰৰ উৰ্দ্ধত : ভাৰতীয় মহিলাৰ মাজত জৰায়ুৰ ফাইব্ৰইড ৰোগৰ প্ৰাদুৰ্ভাৱৰ কথা সদৰি কৰিলে ডাঃ দিব্যমোহন হাজৰিকাই

কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয় মহিলাসকলৰ মাজত ১৮%ই হৈছে জৰায়ুৰ কৰ্কট ৰোগী, কিন্তু ইয়াতকৈও ব্যাপক কিন্তু কম নিৰ্ণয় হোৱা ৰোগ বা অৱস্থাটো হ’ল মহিলাৰ জৰায়ুৰ ফাইব্ৰইড, যি ৰোগে প্ৰায় ৪০% মহিলাক…

কেবাটাও ভাটী ধ্বংস ; মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১১,৮০০ লিটাৰ পাছ জব্দ ; এজনক আটক

গুৱাহাটী মহানগৰীক দেশী – বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত চলাই থকা অভিযানৰ অংশ হিচাপে আজি পুৱাৰে পৰা দূপৰীয়ালৈ জালুকবাৰী সম…

ম্যানমাৰ আৰু থাইলেণ্ডত ৭.৭ প্ৰাবল্য ভূমিকম্পত বিস্তৰ ক্ষতি

ম্যানমাৰ আৰু থাইলেণ্ডক শুকুৰবাৰে জোঁকাৰি যায় প্ৰচণ্ড ভূমিকম্পই। এই দুয়োখন দেশৰ অনুভূত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৭। আমেৰিকান ভূতাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জিআৰএফজেড চেণ্টাৰ ফৰ জিঅ’চাইন্সে জনাইছে যে ভূমিকম্পৰ কেন্দ্ৰস্থল…

টাটা এআইএ-য়ে কৰ বোনাঞ্জা ব্যৱহাৰ ফাণ্ড মুকলি কৰিছে: কৰ ৰেহাই আৰু বিকাশৰ সুযোগ আনলক কৰক

শেহতীয়া কৰ সংস্কাৰৰ দ্বাৰা ইন্ধন যোগোৱা দেশত বৃদ্ধি পোৱা ব্যয়ৰ ধাৰাটোক মূলধন হিচাপে হৈ টাটা এআইএ লাইফ ইঞ্চৰেন্সে দুটা নতুন ফাণ্ড অফাৰ (এনএফঅ’) মুকলি কৰিছে। টাটা এআইএ লাইফ টেক্স বোনাঞ্জা…