Month: February 2025

অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰৰ ছিখলা জলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন ৰাজ্যিক কেবিনেটৰ

মুখ্যমন্ত্রীড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদমেল…

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় মহা কুম্ভৰ ১৯ নং ছেক্টৰত কল্পবাসীয়ে খালী কৰা তম্বুত। অগ্নিকাণ্ডই মুহূৰ্ততে বহুকেইটা তম্বু আগুৰি ধৰে। এই ঘটনাত…

মেথি গুটিৰ উপকাৰিতা জানেনে

মেথি গুটিৰ উপকাৰিতাৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ আপোনালোকক কোনো প্ৰয়োজন নাই কিন্তু আপুনি কেতিয়াবা তিয়াই থোৱা মেথি গুটি খোৱাৰ ফলত কিমান উপকাৰিতা সাধন হ’ব পাৰে জানেনে?হয়, মাত্ৰ ১৫ দিনৰ বাবে…

পুনৰ বাংলাদেশীক আটক

পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশীৰ…

জিঅ’ষ্টাৰত লাইভ সম্প্ৰচাৰ হ’ব চেম্পিয়নছ ট্ৰফীৰ সকলো মেচ

আইচিচি চেম্পিয়নছ ট্ৰফী ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। ভাৰতৰ প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে। তাৰ পিছত, টীম ইণ্ডিয়া পাকিস্তানৰ মুখামুখি হ’ব। আইচিচিয়ে চেম্পিয়নছ ট্ৰফীৰ লাইভ ষ্ট্ৰীমিং সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে।…

ইণ্ডিয়াউড ২০২৫ বাণিজ্য মেলা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব

উদ্যোগৰ উন্নতি আৰু বিকাশৰ শতিকাৰ এক চতুৰ্থাংশ সম্পূৰ্ণ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে ইণ্ডিয়াউড ২০২৫ বাণিজ্য মেলাৰ, অহা ৬-৯ মাৰ্চত দিল্লী এনচিআৰৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ মাৰ্ট এণ্ড চেণ্টাৰ(আইইএমএল)ত কাঠৰ…

গান্ধীনগৰত মঙলবাৰে উদ্বোধনী বিমষ্টেক যুৱ সন্মিলন সফলতাৰে সমাপ্ত হয়

গুজৰাটৰ ৰাজধানী গান্ধীনগৰত মঙলবাৰে প্ৰথমবাৰলৈ আয়োজিত বিমষ্টেক যুৱ সন্মিলনৰ সফলতাৰে সামৰণি পৰিছে, যুৱ সমাজৰ অংশগ্ৰহণ আৰু একাধিক খণ্ডত আঞ্চলিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। বিমষ্টেক দেশ—বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ,…

আজি সমগ্ৰ দেশৰ বাবে ‘ক’লা দিন’

আজি ১৪ ফেব্ৰুৱাৰী,২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান। এই আক্ৰমণে বুকু কঁপাই তুলিছিল ভাৰতবাসীৰ।সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে উদযাপন কৰে…

তিলৰ লাৰুৰ বিষয়ে আপুনি জানেনে

তিলৰ লাৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰী হ’ব পাৰে আপুনি জানেনে ? যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।তিলক ভাৰতীয় খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শীতকালত মানুহে…

২২ মাৰ্চৰ পৰা আইপিএলৰ ১৮তম ছিজন আৰম্ভৰ সম্ভাৱনা

আইপিএলৰ ১৮তম ছিজন ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। খবৰ অনুসৰি আইপিএল ২০২৫ ৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। চেম্পিয়ন হিচাপে কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰতিযোগিতাখনৰ…