Month: February 2025

জেএছডব্লিউৰ অধ্যক্ষ সজ্জন জিন্দালে ‘ব্যৱসায়িক নেতা’ বঁটা লাভ কৰিছে

জেএছডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক জেএছডব্লিউ গ্ৰুপক এক গোলকীয় প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰিৱৰ্তনশীল নেতৃত্বৰ স্বীকৃতিস্বৰূপে পঞ্চদশ এআইএমএ মেনেজিং ইণ্ডিয়া বঁটা প্ৰদান অনুষ্ঠানত বহুপ্ৰতীক্ষিত ‘দশকটোৰ ব্যৱসায়িক নেতা’ ৰূপে সন্মানিত…

টাটা এআইএ লাইফে মাল্টিকেপ মমেণ্টাম কোয়ালিটি ইণ্ডেক্স পেঞ্চন ফাণ্ড উন্মোচন কৰে

অৱসৰৰ পৰিকল্পনা এতিয়া কেৱল নিষ্ঠাৰে আপোনাৰ ধন সঞ্চয় কৰাতে সীমাৱদ্ধ নহয়- এয়া হৈছে নতুন প্ৰজন্মৰ আশা-আকাংক্ষা বজাই ৰখাৰ বাবে বুদ্ধিমত্তাৰে বিনিয়োগ কৰা। আজিৰ সময়ত অৱসৰৰ পিছত সুবিধা কামনা কৰা সকলে…

বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চিউৰেন্স গ্লোবেল ইঞ্চিউৰেন্স এক্সেলেন্স এৱাৰ্ড ঘোষণা কৰে

ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত সাধাৰণ বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে সমগ্ৰ এছিয়া, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সাধাৰণ বীমা আৰু স্বাস্থ্য বীমা এডভাইজৰ(উপদেষ্টা)সকলৰ অসাধাৰণ অৱদানক উদযাপন আৰু সন্মান জনোৱাৰ লক্ষ্যৰে…

এডভান্টেজ আছাম ২.০ত অংশ লবলৈ অহা অতিথিৰ ভ্ৰমণ কাজিৰঙা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়কৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০। এই বৃহৎ বিনিয়োগ মেলাত অংশ ল’বলৈ ইতিমধ্যে বহু অতিথি গুৱাহাটীত আহি উপস্থিত হৈছে। দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ…

আপোনাৰ ছালৰ পৰা চুলিলৈ উপকাৰী এইবিধ খাদ্য

আপোনাৰ শৰীৰৰ বাবে বিট কিমান উপকাৰী?বিটত থকা পুষ্টিকৰ উপাদান কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয় ই আপোনাৰ ছালৰ পৰা চুলিলৈকে উপকাৰী ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে তাৰ বিষয়ে জানি লওক…

ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম

পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাখনো দেশৰ ৰাষ্ট্ৰ প্ৰতিনিধিৰ উপস্থিতিত আজি অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দীয়া’ শীৰ্ষক অনুষ্ঠান।এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে দেশ-বিদেশৰ…

মন্দিৰত লাগিল জুই

মন্দিৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।জানিবপৰা মতে মন্দিৰটোত জুইৰ শিখা দেখি স্থানীয় লোকসকল লগে লগে সেই স্থানত উপস্থিত হয় আৰু অগ্নিকাণ্ডৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে। ইফালে জুইৰ লেলিহান শিখাৰ বাবে মন্দিৰ…

দুপৰটেঙা পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে

আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় গৱেষণাই?তেন্তে আজি জানো আহক ইয়াৰ বিষয়ে।হয়…

মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত বহু লোকে পাব টকা

মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ হাতত তুলি দিব উপহাৰ। অহা সোমবাৰে এই উপহাৰ লাভ কৰিব কৃষকসকলে। এই উপহাৰ হ’ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৯ তম কিস্তি। আজি কেন্দ্ৰীয়…

পুনৰ অবৈধ বাংলাদেশী নাগৰিকক আটক

ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে আৰক্ষীয়ে ।অসম আৰক্ষীয়ে সীমান্ত টহল দি থকাৰ…