Month: February 2025

বাজাজ এলিয়াঞ্জ লাইফ বিমা-এএছবিএ সুবিধা আৰম্ভ কৰা ভাৰতৰ প্ৰথম বীমাকৰ্তা

দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফে বীমা- এপ্লিকেচন ছাপৰ্টেড বাই ব্লকড এমাউণ্ট সুবিধা (বীমা-এএছবিএ)ৰ সৈতে এপ্লিকেচন সমৰ্থিত ব্লকড এমাউণ্ট সুবিধা(বিমা-এএছবিএ) আগবঢ়োৱা প্ৰথমটো কোম্পানীলৈ পৰিগণিত হৈছে। এই…

২৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় পালন কৰা হয় জানেনে

প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আজিৰ দিনটোতে দেশৰ মহান বিজ্ঞানী চি ভি ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল, যাৰ বাবে তেওঁক নোবেল বঁটা প্ৰদান কৰা হয়।স্বচ্ছ…

মান ধনিয়াৰ উপকাৰী গুণ সমূহ জানেনে

প্ৰতিগৰাকী অসমীয়াৰে মান ধনিয়াৰ সৈতে এটি বিশেষ সম্পৰ্ক আছে, ই কেৱল খাবলৈ সোৱাদযুক্ত তথা ইয়াৰ গোন্ধ ধুনীয়া হোৱাই নহয় ই আমাৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।হয় এবিধ উৎকৃষ্ট বনৌষধি গুণেৰে সমৃদ্ধ…

টাটা টি গোল্ড-পূব ভাৰতৰ বাবে তৈয়াৰ কৰা সমৃদ্ধ সোৱাদ আৰু অবিৰত সুগন্ধৰ এক বিলাসবহুল মিশ্ৰণ

অসমৰ সমভূমিয়ে পাহাৰীয়া যি স্থানত মিলিত হৈছে, সেই স্থানতে জন্ম হয় টাটা টি গোল্ডৰ – এয়া এক উৎকৃষ্ট মিশ্ৰণ, যি অসমৰ সুবাস নিহিত হৈ থকা উপত্যকা-উৎপাদিত চাহৰ সমৃদ্ধ পূৰ্ণতাৰ সৈতে…

ফ্লিপকাৰ্টে অসমৰ ডিজিটেল বিকাশক শক্তি প্ৰদান কৰে স্থানীয় ব্যৱসায়ক শক্তিশালী কৰে

সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, সমৃদ্ধিশালী উদ্যোগ আৰু উদ্যোগশীলতাৰ মনোভাৱৰ বাবে পৰিচিত অসমে ডিজিটেল বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বৰ্ধিত ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু অনলাইন বজাৰৰ প্ৰতি বৰ্ধিত প্ৰৱণতাৰ সৈতে ৰাজ্যখনে ই-কমাৰ্চৰ…

এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ

দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০’ সম্পন্ন হৈছে। সম্পন্ন হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ শেষৰ দিনটোত বিভিন্ন খণ্ডৰ কোম্পানীৰ সৈতে…

উড়ানে ২০২৪ বৰ্ষত নিজৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ বৃদ্ধিৰ কথা সদৰি কৰিছে

দেশৰ সৰ্ববৃহৎ ই-বিজনেছ-টু-বিজনেছ (ইবি২বি) প্লেটফৰ্ম উড়ানে ২০২৪ বৰ্ষত নিজৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ বৃদ্ধিৰ কথা সদৰি কৰিছে, দৈনিক ক্ৰেতাসকলৰ ৭০% বৃদ্ধি আৰু ৰাজহ আহৰণৰ হাৰ ৬৫% বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। এই প্লেটফৰ্মে…

এডভান্টেছ আছাম ২.০ ৰ আজি শেষৰ দিন

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হোৱা এডভান্টেছ আছাম ২.০ ৰ আজি শেষ দিন। সন্মিলনৰ প্ৰথম দিনটোত দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অসমত কোটি কোটি টকা বিনিয়োগ কৰে।আজি এডভান্টেজ আছাম ২.০ৰ দ্বিতীয় দিন। এই দিনটোতে…

এই খানত মুছলমান লোকৰ তত্বাৱধানত পালিত হয় শিৱৰাত্রি

উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত আছে ৫০০ বছৰীয়া ঐতিহাসিক থান । ইছলামধৰ্মী লোকৰ তত্ত্বাবধানত থকা থানখনত প্ৰতি বছৰেই উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি । উত্তৰ গুৱাহাটী বৰ ৰংমহলত হিন্দু-মুছলমান ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে…

অসম চৰকাৰৰ সৈতে টাটা পাৱাৰৰ যুগান্তকাৰী বুজাবুজিৰ চুক্তি স্বাক্ষৰ

টাটা পাৱাৰে অসম চৰকাৰৰ সৈতে সৌৰ, বতাহ, জল, শক্তি সংৰক্ষণকে ধৰি ৫০০০ মেগাৱাট পৰ্যন্ত নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তি প্ৰকল্পৰ উন্নয়নৰ বাবে এক উল্লেখযোগ্য বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এডভাণ্টেজ অসম ২.০ত…