Business ভাৰতৰ সমৃদ্ধ বস্ত্ৰক্ষেত্ৰৰ উত্তৰাধিকাৰ প্ৰদৰ্শনেৰে গুৱাহাটীত মুকলি হ’ল বিৰাছত হস্ততাঁত মেলাৰ January 10, 2025 Business Bureau বহু প্ৰত্যাশিত গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪ নং ৰেলৱে গেটৰ সমীপৰ এম এছ ৰোডত অৱস্থিত মহাবীৰ ধৰ্ম স্থলত বিৰাছত হেণ্ডলুম এক্সপ’ৰ শুভাৰম্ভণি ঘটিছে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহকাৰী সঞ্চালক (ডিজাইন), ডব্লিউএছচি গুৱাহাটীৰ…
Latest ৮৫ স্থানলৈ অৱনমিত ভাৰতৰ পাছপোৰ্ট ৰেংকিং সূচক January 10, 2025 Sonakshi Sarkar বিশ্বব্যাপী পাছপোৰ্ট সূচকত ভাৰতৰ ৰেংকিং এই বছৰ পাঁচটা স্থান অৱনমিত হৈ ৮৫ স্থানত উপনীত হৈছে, আনহাতে ছিংগাপুৰ একেৰাহে দ্বিতীয় বছৰৰ বাবে শীৰ্ষস্থানত আছে। তেওঁলোকৰ ৱেবছাইট অনুসৰি, সূচকটোত ১৯৯ খন বিভিন্ন…
Business আগৰতলাত চিয়েটে মুকলি কৰিলে নতুন প্ৰিমিয়াম ৰিটেইল আউটলেট January 10, 2025 Business Bureau ভাৰতৰ আগশাৰীৰ টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিয়েটে ত্ৰিপুৰাৰ আগৰতলাত নতুন প্ৰিমিয়াম খুচুৰা বিক্ৰীৰ সুবিধা কেন্দ্ৰ উদ্বোধন কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। চাৰিচকীয়া বাহনৰ বিক্ৰীৰ ক্ৰমাগত বৃদ্ধিৰে সম্প্ৰসাৰণৰ…
Business তিনিচুকীয়াত মুকলি হ’ল জিন্দাল (ইণ্ডিয়া) লিমিটেডৰ প্ৰিমিয়াম ৰঙৰ আৱৰণযুক্ত শ্বীট নিঅ’কালাৰ+ January 10, 2025 Business Bureau প্ৰতিষ্ঠিত বি চি জিন্দাল গ্ৰুপৰ অংশ আৰু ভাৰতৰ ডাউনষ্ট্ৰিম ষ্টীল সামগ্ৰীৰ আগশাৰীৰ প্ৰস্তুতকাৰী জিন্দাল (ইণ্ডিয়া) লিমিটেডে উজনি অসমৰ ঔদ্যোগিক চহৰ তিনিচুকীয়াৰ ‘মিলাপ’ অনুষ্ঠানত নিজৰ কালাৰ কোটেড(ৰঙীন আৱৰণযুক্ত) শ্বীটৰ প্ৰিমিয়াম ৰেঞ্জ…
Business ভি মুভিজ এণ্ড টিভিত প্ৰিমিয়াম সমল প্ৰদান কৰিবলৈ লায়নছগেট প্লে’ৰ অংশীদাৰিত্ব ভি-ৰ January 10, 2025 Business Bureau ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ মনোৰঞ্জনৰ সুবিধা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি প্ৰিমিয়াম ষ্ট্ৰীমিং সেৱা লায়নছগেট প্লে’ৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই ভি মুভিজ এণ্ড…
Business নৱবৰ্ষৰ আৰম্ভণিতে অসমলৈ আহিল ভাল খবৰ January 9, 2025 Dipshikha নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা সু-খবৰ। ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছে ২০২৫ বৰ্ষত পৰ্যটকে ভ্ৰমণ কৰিব পৰা ৫২খন ঠাইৰ নাম। য’ত এই ঠাইসমূহৰ মাজত স্থান লাভ কৰিছে অসমে। আগশাৰীৰ…
Business মাঘ বিহুৰ প্ৰাকক্ষণত আহিল এটা বেয়া খবৰ January 9, 2025 Dipshikha মাঘ বিহুৰ প্ৰাকক্ষণত মাজুলীবাসীৰ বাবে এটা বেয়া খবৰ। আজিৰ পৰা বন্ধ সকলো চৰকাৰী জাহাজ। কমলাবাৰী-অফলামুখ ফেৰীঘাটত বন্ধ চৰকাৰী ফেৰীসেৱা। জল পৰিবহণ বিভাগে যোগান দিব পৰা নাই ডিজেল। NRLক টকা দিব…
Business বেদান্ত ট্ৰাষ্টৰ অধীনত ভাৰতীয় আৰু গ্ল’বেল আৰ্টছ প্ৰদৰ্শন কৰিব ৰিভাৰছাইড ষ্টুডিঅ’ January 9, 2025 Business Bureau বিশ্বৰ শিল্প আৰু সাংস্কৃতিক পৰিৱেশক ন ৰূপত গঢ় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদানৰ এক যুগান্তকাৰী পদক্ষেপ ৰূপে বেদান্ত গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ অনিল আগৰৱালে লণ্ডনৰ ঐতিহ্যমণ্ডিত ৰিভাৰচাইড ষ্টুডিঅ’ৰ দায়িত্ব গ্ৰহণ কৰিছে। লণ্ডন…
Latest ১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা ,গুৱাহাটীৰ January 8, 2025 Sonakshi Sarkar সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ অসম…
Latest বাক্সা বন সংমণ্ডলৰ দ্বিতীয়টো বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন January 8, 2025 Sonakshi Sarkar বি টি চিৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলৰ কুমাৰীকাটা ৰেঞ্জৰ অধীনস্থ আৰু ভূটান হিমালয়ৰ পাদদেশত অৱস্থিত দৰঙা সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্ৰায় ৩০ বছৰীয়া এজনী মাইকী হাতীৰ দেহত ৰেডিঅ কলাৰ সংস্থাপিত কৰা…