Month: January 2025

এনএছডিচি, কলিয়াৰ্ণ আৰু কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডি এ ৱান স্প’ৰ্টছে আৰম্ভ কৰিছে ক্ৰিকেট প্ৰশিক্ষক দক্ষতা পদক্ষেপ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ শৈক্ষিক প্ৰযুক্তি প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডিএ ৱান স্পৰ্টছৰ সহযোগত সমগ্ৰ ভাৰতত প্ৰশিক্ষকসকলক উন্নত কৰাৰ বাবে ক্ৰিকেট প্ৰশিক্ষক শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য…

জিচিপিএল-এ নতুন ৯৯ টকা হিট এণ্টি-ৰ’চ্চ জেলৰ সৈতে কীট নিয়ন্ত্ৰণত নেতৃত্ব সম্প্ৰসাৰিত কৰে

ভাৰতৰ প্ৰায় ৯৩% পৰিয়ালে দৈনিক ঘৰ চাফ-চিকুণ কৰাৰ পিছতো ৬৫% চহৰৰ ঘৰত পঁইতাচোৰাৰ উপস্থিতি অব্যাহত আছে, আধাতকৈ অধিক লোকে মধ্যমীয়াৰ পৰা উচ্চ আক্ৰমণৰ মাত্ৰাৰ কথা প্ৰকাশ কৰিছে। ক্ষতিকাৰক বেক্টেৰিয়া আৰু…

পুনৰ নিষিদ্ধ মাংস জব্দ

পুনৰ নিষিদ্ধ মাংসসহ গাড়ী জব্দ আৰক্ষীৰ।অসম আৰক্ষীৰ বৃহৎ সফলতা।এইবাৰ ধুবুৰীৰ গৌৰীপুৰত বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।জানিব পৰা মতে আৰক্ষীয়ে এএছ ১৭ চি ৬০০৮ নম্বৰৰ বলেৰ’ বাহনখনৰ লগতে প্ৰায় ৫০০…

আজি ৩১ জানুৱাৰী, ‘মে-ডাম-মে-ফী’

আজি ৩১ জানুৱাৰী, পবিত্ৰ ‘মে-ডাম-মে-ফী’ । আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি এই অনুষ্ঠান অনুষ্ঠিত কৰে। ‘মে-ডাম-মে-ফী’ৰ অৰ্থ হ’ল, মে মানে তৰ্পন কৰা, ডাম মানে মৃতকৰ আত্মা…

মহাত্মা গান্ধীৰ মৃ*ত্যু বাৰ্ষিকী

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী।৩০ জানুৱাৰীত বাপুৰ মৃত্যুবাৰ্ষিকীত সমগ্ৰ দেশে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ইয়াক শ্বহীদ দিৱস হিচাপে পালন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু…

পুনৰ পানবজাৰ আৰক্ষীৰ জালত ট্রেডিং প্ৰৱঞ্চক

পাণবজাৰ আৰক্ষীৰ জালত ট্ৰেডিং প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকটোৰ নাম অসীম গোৱেল । মহানগৰীৰ আঠগাঁৱৰ বাসিন্দা এই প্ৰৱঞ্চকটো । ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেটৰ নামত ৮ কোটি টকা আত্মসাৎ । বহু লোকৰ পৰা…

ক্ৰীড়া সন্থাৰ খেলপথাৰত অঘটন

ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অঘটন । হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু আৰক্ষী বিষয়াৰ। নলবাৰী যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকৰ মৃত্যু । সহকাৰী উপ-পৰিদৰ্শক ভূপেন কলিতাৰ আকস্মিক মৃত্যু। ষষ্ঠ অসম মাষ্টাৰ্ছ গেমছৰ মাজতে…

চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নাথাকিব বাসস্থানৰ আধাৰত সংৰক্ষণৰ সুবিধা

উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ ওপৰত এটা ডাঙৰ ৰায়দান দিয়ে। দেশৰ উচ্চতম ন্যায়ালয়ে তেঁওলোকৰ ৰায়দানত কয় যে চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ (পিজি) পাঠ্যক্ৰমত বাসস্থানৰ আধাৰত সংৰক্ষণৰ…

আইচিচি টি-২০ বেটছমেন ৰেংকিঙৰ দ্বিতীয়ত তিলক বৰ্মা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰকাশ কৰা পুৰুষৰ টি-২০ ৰেংকিঙত বেটছমেনৰ তালিকাত ভাৰতৰ প্ৰতিভাশালী বেটছমেন তিলক বৰ্মাই দ্বিতীয় স্থানত উপনীত হৈছে, আনহাতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ২৫ টা স্থান আগুৱাই বলাৰৰ তালিকাৰ…

লেনভোই ৪৮০+ ষ্ট’ৰৰ সৈতে উপস্থিতি শক্তিশালী কৰে, যাৰ ফলত স্মাৰ্ট প্ৰযুক্তিৰ প্ৰৱেশ বৃদ্ধি

বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰখনৰ আগশাৰীৰ প্ৰতিষ্ঠান লেন’ভ’ই সমগ্ৰ উত্তৰ আৰু পূব ভাৰতত ২৫তকৈও অধিক একচেটিয়া ষ্ট’ৰ মুকলি কৰি খুচুৰা খণ্ডৰ নিজৰ উপস্থিতি যথেষ্ট বৃদ্ধি কৰিছে। এই সম্প্ৰসাৰণে লেন’ভ’ৰ মুঠ ৰিটেইল পদচিহ্ন…