Month: July 2024

জনজাতি সাংস্কৃতিক মহাসভাৰ আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান

জাগীৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ তৃতীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, আলোচনা চক্ৰৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাসভাৰ সম্পাদক সূৰুয কুমাৰ পাতিৰিয়ে আঁত ধৰা সভাখন…

অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষকক সম্বৰ্ধনা

চৌধুৰীবজাৰ চামৰালি তিনিআলি মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি স্বফিকুৰ ৰহমানৰ পৌৰহিত্যত হোৱা এক অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক গোলাম নবীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়৷ ১৯৯৪ চনত যোগদান কৰা এইগৰাকী শিক্ষকে সুদীৰ্ঘকাল…

কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা

কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত দেওবাৰে নিশা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ এনকাউন্টাৰত যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আমিৰ হুছেইন নামৰ এটা ডকাইতৰ বাওঁভৰিত গুলী লাগি…

চেমচাঙে ভাৰতত ইয়াৰ মিউজিক ফ্ৰেম প্ৰৱৰ্তন কৰিছে

চেমচাং ইণ্ডিয়াই ভাৰতৰ মুকলি কৰিলে মিউজিক ফ্ৰেম। এই মিউজিক ফ্ৰেম হৈছে এটা ৱায়াৰলেছ স্পীকাৰ, দেখাত শিল্পকৰ্মৰে অনন্য ৰূপত তুলি ধৰা হৈছে। চেমচাং মিউজিক ফ্ৰেমত নতুন সুবিধা যেনে ডলবি এটমছ আৰু…

বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল

*BREAKING@Desk বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিশটোৰ ভিতৰতে বুৰাই পেলালে লাওখোৱাৰ 4নং আৰু 5নং ভগামুখ গাঁৱত। নিশাৰ ভিতৰতে প্লাৱিত কৰিলে লাওখোৱা ভগামুখৰ গাঁওকেইখন। জলমগ্ন…

অনেষ্ট টিয়ে তেওঁলোকৰ আটাইতকৈ নতুন #ফাইণ্ডয়ৰগুড অভিযান ঘোষণা কৰে

জৈৱিক সেউজীয়া চাহৰ সৈতে ৰেডি টু ড্ৰিংক পানীয় অনেষ্ট টিয়ে জনপ্ৰিয় লেখিকা, স্তম্ভলেখক আৰু সুস্থতা সচেতন টুইংকল খান্নাৰ সহযোগত নতুন #ফাইণ্ডয়ৰগুড অভিযান মুকলি কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। শেহতীয়াভাৱে মুকলি…

ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ

চীনৰ সৈতে এক উত্তেজনাপূৰ্ণ সীমান্ত অচলাৱস্থাৰ মাজতে উত্তৰ কমাণ্ডৰ গুৰুত্বপূৰ্ণ আধুনিকীকৰণ কাৰ্যসূচীৰ নেতৃত্ব দিয়া বিষয়া জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেওবাৰে ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ কৰে। জেনেৰেল মনোজ পাণ্ডেৰ পৰা দায়িত্ব লোৱাৰ…

চেমচাঙে ১০ জুলাইৰ মুকলিৰ সৈতে গ্যালাক্সি এআইৰ পৰৱৰ্তী ফ্ৰণ্টিয়াৰ উন্মোচন কৰে

অহা ১০ জুলাইত আয়োজন কৰা গ্লবেল উদ্বোধনী অনুষ্ঠানত চেমচাঙে পৰৱৰ্তী প্ৰজন্মৰ গেলেক্সি জেড স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰাৰ বাবে সাজু হৈছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজন কৰা হ’ব গেলেক্সি আনপেকড…