Month: July 2024

ৰাজ্যত আহাৰমহীয়া বানে লৈছে জটিল ৰূপ, ৩৫ জনৰ মৃত্যু

ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে। বানৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ১,২৭৫ খন গাওঁ প্লাবিত হৈছে। মৃতকৰ সংখ্যাও ৩৫ জনলৈ বৃদ্ধি পাইছে। নেৰানেপেৰা বৰষুণৰ মাজতে ভুটানৰ কুৰিষ্ণু আৰু…

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে  সম্বৰ্ধনা জনালে ৩২ গৰাকী চিকিৎসা পেছাদাৰীক

ভাৰতীয় নাৰ্ছসকলক বিশ্বব্যাপী কেৰিয়াৰৰ সুযোগ আদায়ৰ বাবে সবলীকৰণ কৰিবলৈ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় (স্বতন্ত্ৰ)ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে জাৰ্মান ভাষাৰ প্ৰশিক্ষণৰ বি ১ লেভেল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ৩২…

পৰিবেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ “তেজস্বিনী ” শুভ উন্মোচন

পৰিবেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ “তেজস্বিনী ” শুভ উন্মোচন উপলক্ষে এখনি সভা হয় । বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰা সভাত মঞ্চৰ সভাপতি…

‘কল্কি ২৮৯৮ এডি’ৰ ৩৪৩.৬ কোটি টকা উপাৰ্জন

বৃহৎ বাজেট আৰু মেগা ষ্টাৰ কাষ্টৰ সৈতে ‘কল্কি ২৮৯৮ এডি’ বোলছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছে। চলচ্চিত্ৰখনৰ শক্তিশালী কাহিনীৰ পৰা ভিএফএক্স আৰু তাৰকা কলাকুশলীসকলৰ প্ৰদৰ্শনক যথেষ্ট আলোচনা হৈছে। ইয়াৰ সৈতে, এই…

ই ভি এমক বিশ্বাস কৰা নাছিলোঁ আৰু নকৰোঁ: অখিলেশ যাদৱ

লোকসভা অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত নিম্ন সদনত ভাষণ প্ৰদান কৰি সমাজবাদী পাৰ্টিৰ সভাপতি তথা সাংসদ অখিলেশ যাদৱে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। অখিলেশ যাদৱে কয় যে…

হিৰো মট’কৰ্পৰ ‘দ্য চেণ্টেনিয়েল’ কালেক্টৰ এডিছন মুকলিৰে প্ৰতিষ্ঠাপকলৈ শ্ৰদ্ধাঞ্জলি

হিৰো মট’কৰ্পে নিজৰ দূৰদৰ্শী প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ব্ৰীজমোহন লাল মুঞ্জললৈ শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰিব কালেক্টৰ্ছ সংস্কৰণৰ মটৰচাইকেল ‘দ্য চেণ্টেনিয়েল’। প্ৰতিষ্ঠানটোৱে নিজৰ কৰ্মচাৰী, সহযোগী, ব্যৱসায়িক অংশীদাৰ আৰু ষ্টেক হল্ডাৰসকলক ড০ ব্ৰীজমোহন…

আৰ্য নাৰ্চিং মহাবিদ্যালয়ে বিভিন্ন নাৰ্চিং কাৰ্যসূচী আগবঢ়ায়

উত্তৰ-পূৰ্বাঞ্চলৰ এক খ্যাতিসম্পন্ন নার্চিং শিক্ষানুস্থান হৈছে কামৰূপ জিলাৰ চাংসাৰিস্থিত আৰ্য্য নার্চিং কলেজ। B.Sc. Nursing, Post Basic B.Sc. Nursing, GNM আৰু ANM পাঠ্যক্রম সুচাৰু-ৰূপে আগবঢ়াই থকাৰ সময়তে আর্য্য নার্চিং কলেজৰ অধ্যক্ষ…

উন্নত ৪জি-৫জি নেটৱৰ্ক ডিপ্লয়মেণ্টৰ বাবে ভি চেমচাঙৰ সৈতে দল গঠন কৰিছে

ভি আৰু চেমচাঙে চেন্নাইত ১২-১৮ মাহ ধৰি নেটৱৰ্ক ট্ৰায়েলৰ পিছত ভিৰ ৪জি উপস্থিতিৰ সম্প্ৰসাৰণ আৰু ৫জি সেৱা মুকলি কৰিছে। ইয়াৰ উপৰিও পৰীক্ষামূলক ব্যৱস্থাত উৎসাহজনক সঁহাৰি আৰু বৰ্তমানৰ চাপ্লায়াৰৰ সৈতে সমতুল্য…

দেশৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ গৌৰৱ অৰ্জন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ

ইণ্ডিয়ান ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কে দেশৰ শীৰ্ষ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ৰেংকিং প্ৰকাশ কৰিছে। এই ৰেংকিঙত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (জেএনইউ) প্ৰথম স্থান লাভ কৰিছে, আনহাতে দিল্লী বিশ্ববিদ্যালয় (ডিইউ) দ্বিতীয় স্থানত আছে। আনহাতে, তেজপুৰ…

ভি মুভিজ আৰু টিভি এপ্পে ১৭ টা অ’টিটি এপ্পৰ প্ৰৱেশাধিকাৰৰ সৈতে নতুন চাবস্ক্ৰিপশ্বন আঁচনি প্ৰৱৰ্তন কৰে

১৭টা আগশাৰীৰ অ’টিটি প্লেটফৰ্ম ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা উদ্ভাৱনীমূলক চাবস্ক্ৰিপচন প্লেন মুকলিৰ সমান্তৰালভাৱে জি5ক নিজৰ ধ্বাজাবাহী ভি মুভিজ এণ্ড টিভি এপত সংযুক্ত কৰি নিজৰ মনোৰঞ্জনৰ ভাণ্ডাৰক অধিক শক্তিশালী কৰি তুলিছে।…