Business মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্চৰ সৈতে ইয়াৰ অংশীদাৰীত্ব দৃঢ় কৰে July 4, 2024 Business Bureau ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছৰ সৈতে অংশীদাৰিত্ব কৰি সংহত বৈদ্যুতিক মবিলিটি সমাধান প্ৰদানকাৰী মেজেণ্টা মবিলিটিয়ে ৬০ ইউনিট এছ ইভি আৰু ৪০ ইউনিট এছ ইভি ১০০০কে ধৰি ১০০…
Business নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন July 4, 2024 Dipshikha নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন। চিয়াং জিলাত পথৰ ওপৰত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল। পাছিঘাটত শিল খহি বন্ধ হৈ পৰিছে ৫১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথটোৰে যাতায়াত।
Business প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই July 4, 2024 Dipshikha প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই। মন্ত্ৰীসভাৰ পৰা পদত্যাগ ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মীনাৰ। জন্মস্থান দৌছাকে ধৰি লোকসভাৰ কেইখনমান গুৰুত্বপূৰ্ণ আসন হেৰুৱালে পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল কিৰোডী লাল মীনাই। দৌছাৰ পৰা…
Business আঞ্চলিক পৰ্যায়ত নিয়োগ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি এনইএছএফবিৰ July 4, 2024 Business Bureau নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিস্তৃত পদক্ষেপৰ প্ৰথম পৰ্যায়ত বেংকটোৱে ২০০ৰো অধিক নতুন কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে।…
Business ১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰা: কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াৰ সহযোগিতামূলক সফলতা July 4, 2024 Business Bureau কোকাকোলা ইণ্ডিয়া আৰু নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) সহযোগিতামূলক ছুপাৰ পাৱাৰ ৰিটেইলাৰ কাৰ্যসূচীৰ জৰিয়তে সফলতাৰে সমগ্ৰ ওড়িশাৰ ১৪,০০০ৰো অধিক খুচুৰা বিক্ৰেতাক সবলীকৰণ কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত আৰম্ভ হোৱা…
Education Sports বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ July 3, 2024 editor বৰপেটা চহৰৰ ৰংপুৰহাটীৰ “ময়ুৰী দুৱৰী দবা অনুশীলণ কেন্দ্ৰ”ত অহা ১০ জুলাইৰ পৰা ২৫ জুলাইলৈ পোন্ধৰ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত বিনামূলীয়া দবা প্ৰশিক্ষণ কেৱল চৰকাৰী…
Health Latest গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন July 3, 2024 editor গুৱাহাটী প্ৰেছ ক্লাবত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগতকালি সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি…
Business উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা July 3, 2024 Dipshikha উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ বৰ্তমানলৈ ১২২গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷ ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত এই অঘটন৷
Business মহানগৰীত ভয়ংকৰ ঘটনা July 3, 2024 Dipshikha মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত নিশা তয়াময়া ৰণ৷ ৩গৰাকী যুৱতীৰ দল আৰু এজন যুৱকৰ মাজত প্ৰচণ্ড মাৰপিট৷ হাতীগাঁৱত আলম আনচাৰি নামৰ যুৱকজনক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷ দাবী কৰা ধন নিদিয়াৰ…
Business টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে July 3, 2024 Business Bureau টাটা মটৰ্ছে বাজাজ ফিনচাৰ্ভ লিমিটেডৰ এক ধ্বজাবাহী প্ৰতিষ্ঠান বাজাজ ফাইনেন্স লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই টাটা মটৰ্ছৰ বিবিধ গ্ৰাহক আধাৰত অনুকূলিত বিত্তীয় সমাধান আগবঢ়োৱাৰ বাবে বাজাজ ফাইনেন্সৰ…