Month: June 2024

এমএছডিই মন্ত্ৰী জয়ন্ত চৌধৰীৰ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ বিস্তৃত পৰ্যালোচনা

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ নৱনিযুক্ত ৰাজ্যিক(স্বতন্ত্ৰ) মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে। এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে নতুন মন্ত্ৰীগৰাকীক আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰিছে, নতুন নেতৃত্বই দক্ষতা বিকাশ…

ছামাৰ ছিজনত চুলিৰ যতনৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰিছে মেৰিকো বিশেষজ্ঞ ডাঃ শিল্পাভোৰাই

ভাৰতৰ গ্ৰীষ্মকাল অতি কঠোৰ, উষ্ণতা আৰু উচ্চ আর্দ্রতাৰ স্তৰে সামগ্রিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এই সময়ছোৱাত কেৱল আপোনাৰ শৰীৰ আৰু ছালতে নহয়, আপোনাৰ চুলিও বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। অতিৰিক্ত ঘাম আৰু…

ফ্লিপকাৰ্টে ইয়াৰ উচ্চ প্ৰত্যাশিত গ্লেম আপ ফেষ্ট ২০২৪ৰ দ্বিতীয় সংস্কৰণ ঘোষণা কৰিছে

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ২০২৪ৰ ১৪ জুনত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত নিজৰ বহুপ্ৰত্যাশিত গ্লেম আপ ফেষ্ট ২০২৪ৰ দ্বিতীয় সংস্কৰণ আয়োজনৰ কথা কথা ঘোষণা কৰিছে। দেশৰ অন্যতম বৃহৎ সৌন্দৰ্য…

T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ

T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ। ৪ খন মেচত ৫ পইণ্ট সংগ্ৰহেৰে Super 8ৰ যোগ্যতা অৰ্জন। স্কটলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়ৰ পিছতে নিশ্চিত হ’ল ইংলেণ্ডৰ স্থান। ৪ খন মেচৰ পৰা ইংলেণ্ড-স্কটলেণ্ডে…

মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে

‘মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে। যোৰহাটৰ ৰাইজে আৱেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে’। ‘বহুতে মোদীৰ ফটোত সেৱা জনায়ো ভোট দিছে গৌৰৱ গগৈক’। ‘গৌৰৱৰ স্থানত অন্য হোৱা হ’লে ১…

আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ সোণৰ বিস্কুট

আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ কৰা হৈছে সোণৰ বিস্কুট। শনিবাৰে নিশা লংকা আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ ময়ুৰ হোটেলৰ ১০৩ নং কোঠাৰ পৰা দুখন সোণৰ বিস্কুট আৰু নগদ ৯লাখ টকা উদ্ধাৰ কৰে।ইয়াৰোপৰি…

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ প্ৰাক্তন চেম্পিয়ন পাকিস্তান

আয়াৰলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে নিশা অনুষ্ঠিত হ’বলগীয়া খেলখন বাতিল হোৱাৰ পিছত আমেৰিকাই টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায় অতিক্ৰম কৰাৰ সৈতে প্ৰাক্তন চেম্পিয়ন পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। আমেৰিকাই চুবুৰীয়া কানাডা আৰু শক্তিশালী…

চেমচাঙে ৬৫,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত ভাৰতত মুকলি কৰিলে ২০২৪ কিউএলইডি ৪কে প্ৰিমিয়াম টিভি ছিৰিজ

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে আজি ভাৰতত 65990 টকাৰ আৰম্ভণি মূল্যত 2024 QLED 4K টিভি শৃংখলা মুকলি কৰে। 2024 QLED 4K টিভি লাইন-আপত প্ৰিমিয়াম সুবিধাৰ আধিক্য আছে। 2024 QLED…

ৰূপহীহাটত চোৰাং চিকাৰী আটক

ৰূপহীহাট আৰক্ষীৰ জালত বন্দুকসহ ২২জাই গুলিৰ সৈতে আটক তিনি চোৰাং চিকাৰী।ৰূপহীহাট আৰক্ষীয়ে নিশা পৃথকে পৃথকে অভিযান চলাই আটক কৰে তিনি চুৰাং চিকাৰীক।গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে হেকমত…

দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা

দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত জিজ্ঞাস নামৰ যুৱক। দুৰ্ঘটনাত সঞ্জয় বৰা নামৰ এজন আহত। দুৰ্ঘটনাত ভাগি পৰে ১১ হাজাৰ…