Month: May 2024

লোকসভা নিৰ্বাচনৰ মাজতে ৰাঁচীৰ কেইবাটাও স্থানত ইডিৰ অভিযান

লোকসভা নিৰ্বাচনৰ মাজতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াৰ এটা দলে ৰাঁচীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানকালত নগদ কোটি টকা জব্দ কৰে ইডিয়ে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ঝাৰখণ্ড চৰকাৰৰ…

শোকাৱহ দুৰ্ঘটনা

শোকাৱহ দুৰ্ঘটনা, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে আহত দুই লোক এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৰাজ্যখনৰ জব্বলপুৰত এই দুৰ্ঘটনাটো হৈছে…

ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক

ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক। ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু এটি শিশুৰ। ইনফ্লুৱেঞ্জাৰ লগতে কণমানিজনীৰ দেহত পোৱা গৈছে ছোৱাইন ফ্লুৰ সংক্ৰমণ। স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য। শেহতীয়াকৈ হাইলাকান্দি জিলাত…

বাজাজ এলিয়ানজে মুকলি কৰিছে প্ৰাইভ: বীমাৰ উৎকৃষ্টতাৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰিছে এক নতুন মানদণ্ড

বাজাজ এলিয়ানজ জেনেৰেল ইশ্বুৰেন্সে আৰম্ভ কৰিছে প্ৰাইভ, যি হৈছে গ্ৰাহক সেৱাৰ অতুলনীয় উৎকৃষ্টতা প্ৰদান কৰা এক একচেটিয়া গ্ৰাহক অভিজ্ঞতা পদক্ষেপ। এই পদক্ষেপৰ লক্ষ্য হৈছে বৰ্ধিত কভাৰেজ সীমা প্ৰদান কৰি বীমা…

‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ উদ্যোগত গ্ল’বেল এডভেঞ্চাৰ এছ’চিয়েচনৰ সহযোগত পৰিচালিত পাঁচদিনীয়া ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’, অসমৰ সামৰণি পৰে । ২৫ এপ্ৰিলত…

হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

ইউনিৰ্ভাচেল কাৰাটে ড’ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ অধীনত ব্লেক বেল্টৰ পৰীক্ষা হাজো পাখামেলাস্থিত বহ্নিমান কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায়। এই পৰীক্ষাত কৃষ্ণজিনা মালাকৰ, উষাহ বিশ্বাসী, পৰিস্মিতা কলিতা, যুগল কুমাৰ,…

কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ হামাছ গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে। এই সন্দৰ্ভত, ইজৰাইলী সংসদে ২০২৪ ৰ এপ্ৰিলত এখন…

ছেমছাঙে ইয়াৰ সৰ্ববৃহৎ গ্ৰীষ্মকালীন বিক্ৰী ‘ফেব গ্ৰেব ফেষ্ট’ ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে ইয়াৰ সৰ্ববৃহৎ গ্ৰীষ্মকালীন বিক্ৰী ‘ফেব গ্ৰেব ফেষ্ট’ ঘোষণা কৰিছে, যি Samsung.com, ছেমছাং শ্বপ এপৰ লগতে ছেমছাং এক্সক্লুছিভ ষ্ট’ৰত বিভিন্ন প্ৰকাৰৰ সামগ্ৰীত বিভিন্ন অসাধাৰণ ডিল…

ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) এ তেওঁ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোৰেনৰ হৈ…

কোকা-কোলাই ২০২৪ৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফলৰ প্ৰতিবেদন দিছে

২০২৪ৰ প্ৰথম ত্ৰৈমাসিকত কোকা-কোলাৰ পৰিসংখ্যাই প্ৰকাশ কৰিছে যে মুঠ ৰাজহ ৩% বৃদ্ধি হোৱাৰ বিপৰীতে অৰ্গেনিক ৰাজহ ১১% বৃদ্ধি আৰু বিশ্বব্যাপী নগদ ধনৰ পৰিমাণ ১% বৃদ্ধি হৈছে। কোকা-কোলাই ২০২৪ৰ প্ৰথম ত্ৰৈমাসিকৰ…